কিহৰ বাবে চৰ্চাত বিগ বছ ১৯ ৰ প্ৰতিযোগী গৌৰৱ খান্নাৰ পত্নী? | Bigg Boss 19 contestant Gaurav Khanna's wife is in the spotlight? Assam news - Assam Tv9

কিহৰ বাবে চৰ্চাত বিগ বছ ১৯ ৰ প্ৰতিযোগী গৌৰৱ খান্নাৰ পত্নী?

Published: 

19 Nov 2025 | 06:55 PM

Gaurav Khanna Wife: বিগ বছ ১৯ৰ প্ৰতিযোগী গৌৰৱ খান্নাৰ পত্নী আকাংক্ষা চমোলা। শেহতীয়াকৈ এদিনৰ বাবে শ্ব’টোত দেখি দৰ্শকে যথেষ্ঠ ভাল পাইছে।

1 / 6গৌৰৱ খান্নাই "বিগ বছ ১৯"ৰ সৈতে জড়িত হোৱাৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া তেওঁৰ পত্নী আকাংক্ষা চমোলাও চৰ্চালৈ আহিছে। আচলতে শেহতীয়াকৈ তেওঁক শ্ব’টোত দেখা গৈছিল। "বিগ বছ" পৰিয়াল সপ্তাহৰ অংশ হিচাপে মেকাৰসকলে কিছু সময়ৰ বাবে ঘৰলৈ লৈ আহিছিল।

গৌৰৱ খান্নাই "বিগ বছ ১৯"ৰ সৈতে জড়িত হোৱাৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এতিয়া তেওঁৰ পত্নী আকাংক্ষা চমোলাও চৰ্চালৈ আহিছে। আচলতে শেহতীয়াকৈ তেওঁক শ্ব’টোত দেখা গৈছিল। "বিগ বছ" পৰিয়াল সপ্তাহৰ অংশ হিচাপে মেকাৰসকলে কিছু সময়ৰ বাবে ঘৰলৈ লৈ আহিছিল।

2 / 6

ছ'চিয়েল মিডিয়াত এতিয়া শিৰোনাম দখল কৰিছে আকাংক্ষাই। গৌৰৱ আৰু আকাংক্ষাৰ মাজত গভীৰ প্ৰেম। দুয়োৰে বিবাহৰ ৯ বছৰ হ’ল। আচলতে তেওঁলোকৰ প্ৰথম লগ হৈছিল অডিচনৰ সময়ত।

3 / 6

বয়সৰ যথেষ্ঠ পাৰ্থক্য আছে দুয়োৰে মাজত। গৌৰৱৰ দৰে আকাংক্ষায়ো টেলিভিছনত কাম কৰি আছে। ২০১৫ চনত টিভি ধাৰাবাহিক "স্বৰাগিনী"ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। শ্ব’টোত পৰিনীতা চৰিত্ৰত অভিনয় কৰিছিল।

4 / 6

আকাংক্ষা মুম্বাইৰ বাসিন্দা। ২০১৬ চনৰ ২৪ নৱেম্বৰত গৌৰৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। তেওঁক "ভূতু" আৰু "ৰিৱাইণ্ড ৱালা লাভ"ৰ দৰে টিভি শ্ব'তো অভিনয় কৰা দেখা যায়। অভিনয়েৰে সদায় হৃদয় জয় কৰি আহিছে।

5 / 6

আকৰ্ষণীয় অভিনয়ৰ উপৰিও ফেশ্বন চেন্সৰ বাবেও তেওঁ পৰিচিত। ছ'চিয়েল মিডিয়াত সঘনাই নিজৰ ফটো শ্বেয়াৰ কৰে। তেওঁৰ ফেশ্বনৰ প্ৰতিটো লুক অতুলনীয়।

6 / 6

আকাংক্ষাই এতিয়ালৈকে মাত্ৰ কেইটামান শ্ব’তহে অভিনয় কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁৰ বহু অনুৰাগী ফ’ল’ৱাৰ আছে, ইনষ্টাগ্ৰামত ৪ লাখৰো অধিক ফ’ল’ৱাৰ আছে। সৌন্দৰ্যৰ ক্ষেত্ৰত অতুলনীয়, আনকি বহু অভিনেত্ৰীৰ সৈতেও প্ৰতিদ্বন্দ্বিতা কৰিছে আকাংক্ষাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...