মহানগৰীত প্ৰচণ্ড ধুমুহা-বৰষুণ, ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি... | Assam weather update for 28th april rainfall Thunderstorms with surface wind Alert guwahati artificial flood Assam news - Assam Tv9

মহানগৰীত প্ৰচণ্ড ধুমুহা-বৰষুণ, ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি…

Updated On: 

28 Apr 2025 | 11:43 AM

দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী। ধুমুহা-বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান। সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে।

1 / 5ব’হাগত বৰদৈচিলাৰ আগমণ। দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী।  ধুমুহা-বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান।

ব’হাগত বৰদৈচিলাৰ আগমণ। দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী। ধুমুহা-বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান।

2 / 5

সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে। সমস্যাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকল।

3 / 5

গুৱাহাটীৰ বেলতলাৰ ৱাৰলেছ, অনিল নগৰ, নবীন নগৰ, বি বৰুৱা পথ, চানমাৰি, হাতীগাঁওকে ধৰি ভিন্নস্থানত একাঠু পৰ্যন্ত পানী। ৰাজপথত বিকল হৈ পৰিছে অটোৰিক্সা।

4 / 5

ইফালে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা। ২৬ খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

যিকোনো মুহুৰ্ততে বৃদ্ধি হ'ব পাৰে ধুমুহাৰ গতিবেগ। বজ্ৰপাতৰ পৰা সাৱধান হৈ থাকিবলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। ইয়াৰ উপৰিও অধিক ভয়াবহ হ'ব পাৰে আগন্তুক ২ দিনৰ পৰিস্থিতি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...