Assam Weather Updates: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী, ১৬ খনকৈ জিলাত Yellow Alert জাৰি | Assam weather update for 26th april Yellow Alert in 16 district By IMD Assam news - Assam Tv9

Assam Weather Updates: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী, ১৬ খনকৈ জিলাত Yellow Alert জাৰি

Published: 

26 Apr 2025 | 05:52 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ। ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা।

1 / 5গ্ৰীষ্মকালৰ আগমণৰ সমান্তৰালকৈ গৰমে দহিছে ৰাজ্য। ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ।

গ্ৰীষ্মকালৰ আগমণৰ সমান্তৰালকৈ গৰমে দহিছে ৰাজ্য। ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ।

2 / 5

আজি গুৱাহাটীত সৰ্বনিম্ন তাপমান ২২ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বোচ্চ তাপমান ৩৫ ডিগ্ৰী ছেলছিয়াছ।

3 / 5

ইফালে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা। ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

দক্ষিণ শালমাৰা, গোৱালপাৰা,চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ,চৰাইদেউ, ডিমা হাচাও আৰু কাছাৰ জিলাত জাৰি কৰা হৈছে Yellow Alert।

5 / 5

ধুবুৰী, কোকৰাঝাৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...