ৰাজ্যত মুষলধাৰ বৰষুণ, কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ | Assam weather update for 22th May rainfall Thunderstorms with surface wind Alert IMD Assam news - Assam Tv9

Assam Weather: ৰাজ্যত মুষলধাৰ বৰষুণ, কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ

Published: 

22 May 2025 | 01:10 PM

ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ। ইয়াৰ মাজতে ৰাজ্যৰ ১৭খনকৈ জিলাত Yellow Alert, ৪খনকৈ জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সকলোকে সাৱধান হৈ থাকিব আহ্বান জনোৱা হৈছে

1 / 5নিশা ৰাজ্যত মুষলধাৰ বৰষুণ। ঠায়ে ঠায়ে ধুমুহাই চলাইছে তাণ্ডৱ। মহানগৰীত কৃত্ৰিত বানত দুৰ্ভোগ ভুগিছে জনতাই।

নিশা ৰাজ্যত মুষলধাৰ বৰষুণ। ঠায়ে ঠায়ে ধুমুহাই চলাইছে তাণ্ডৱ। মহানগৰীত কৃত্ৰিত বানত দুৰ্ভোগ ভুগিছে জনতাই।

2 / 5

ইয়াৰ মাজতে ৰাজ্যৰ ১৭খনকৈ জিলাত Yellow Alert, ৪খনকৈ জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সকলোকে সাৱধান হৈ থাকিব আহ্বান জনোৱা হৈছে।

3 / 5

কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), গোৱালপাৰা, চিৰাং, বাক্সা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert। কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো Yellow Alert জাৰি।

4 / 5

ইফালে ধুবুৰী, শ্ৰীভূমি, দক্ষিণ শালমাৰা আৰু হাইলাকান্দি জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই জিলাসমূহত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

5 / 5

মুষলধাৰ বৰষুণৰ মাজতে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খান্দং বান্ধৰ ৭ খনকৈ গেট খুলি দিয়া হৈছে। যাৰ বাবে কামপুৰত হোৰাহোৰে বাঢ়িছে কপিলী নদীৰ জলস্তৰ। যিকোনো মুহূৰ্তত প্লাৱিত হ'ব মধ্য অসম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...