প্ৰচণ্ড গৰমৰ মাজতে কিছু সকাহ! ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী... | Assam weather update for 11 June today rainfall Alert in 12 districts Assam news - Assam Tv9

প্ৰচণ্ড গৰমৰ মাজতে কিছু সকাহ! ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী…

Updated On: 

11 Jun 2025 17:19 PM

প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজত আহিছে সকাহৰ খবৰ। আজি ৰাজ্যৰ ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

1 / 5প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। আজি গুৱাহাটীত সৰ্বোচ্চ তাপমান ৩৬ ডিগ্ৰী ছেলচিয়াছ আৰ সৰ্বনিম্ন তাপমান ২৬ ডিগ্ৰী ছেলচিয়াছ (Getty Images)

প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। আজি গুৱাহাটীত সৰ্বোচ্চ তাপমান ৩৬ ডিগ্ৰী ছেলচিয়াছ আৰ সৰ্বনিম্ন তাপমান ২৬ ডিগ্ৰী ছেলচিয়াছ (Getty Images)

2 / 5

ইয়াৰ মাজত আহিছে সকাহৰ খবৰ। ৰাজ্যৰ ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোন কোন জিলা হ'ব বৰষুণ? (Getty Images)

3 / 5

বতৰ বিজ্ঞানৰ তথ্য অনুসৰি গোৱালপাৰা, হাইলাকান্দি, ডিমা হাচাও,কোকৰাঝাৰ, শিৱসাগৰ, শ্ৰীভূমি, কাছাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলাত বৰষুণ হ'ব পাৰে। (Getty Images)

4 / 5

ইফালে তামুলপুৰ, হোজাই আৰু কাৰ্বি আংলং, বৰপেটা, তামুলপুৰ, বজালী, বাক্সা জিলাত উৎকট গৰমৰ প্ৰকোপ পৰিব সম্ভাৱনা ব্যক্ত কৰা হৈছে। (Getty Images)

5 / 5

আকৌ পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, যোৰহাট, শিৱসাগৰ, মাজুলী, ডিব্ৰুগড়,গোৱালপাৰা জিলাত বৃহস্পতিবাৰে বৰষুণ হ'ব পাৰে।(Getty Images)

গাখীৰ গৰম কৰাৰ সময়ত ওফন্দি বাগৰি পৰে নেকি? এয়া শুভ নে অশুভ জানেনে!
এই কেইটা ঘৰুৱা উপায়েৰে আঁতৰ কৰক আপোনাৰ ওঁঠৰ ক'লা দাগ
WTCৰ ফাইনেলত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বাহুত ক’লা বেণ্ড কিয়!
কেতিয়াও চৰ্বি জমা নহয় ! আপোনাৰ যকৃতৰ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সেৱন কৰক এই পানীয়...