Assam Weather: হঠাৎ বতৰ পৰিৱৰ্তন, প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ, কি ক'লে বতৰ বিজ্ঞান কেন্দ্ৰই? | Assam Weather changed from sunny intervals to thundery with light rain, Meteorological Center has issued a warning Assam news - Assam Tv9

Assam Weather: হঠাৎ বতৰ পৰিৱৰ্তন, প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ, কি ক’লে বতৰ বিজ্ঞান কেন্দ্ৰই?

Updated On: 

25 Apr 2025 | 09:56 PM

ৰাজ্যত প্ৰচণ্ড ধূলি, ধুমুহা। প্ৰান্তে প্ৰান্তে ধুমুহা-বৰষুণ। ব্যাহত বিদ্যুৎ যোগান। চৌদিশে হাহাকাৰ অৱস্থা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ?

1 / 5হঠাৎ ৰাজ্যত বতৰ পৰিৱৰ্তন হৈছে। প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ । আহিব প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টি।

হঠাৎ ৰাজ্যত বতৰ পৰিৱৰ্তন হৈছে। প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ । আহিব প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টি।

2 / 5

মহানগৰীত হাহাকাৰ অৱস্থা। ধূলিৰ ধুমুহাৰ ফলত বাট-পথ নেদেখা অৱস্থা। ভিন্ন স্থানত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। শান্তিত উশাহ-নিশাহ ল'ব পৰা নাই ৰাইজে।

3 / 5

গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১২খন জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে।

4 / 5

কেৱল বতাহেই নহয়, ১২খনকৈ জিলাত ধুমুহা বৰষুণৰ লগতে ব্ৰজপাত অহাৰ সম্ভাৱনা আছে।

5 / 5

কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), বজালী, বাক্সা, নলবাৰী, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালামাৰা গোৱালপাৰা জিলাত আগন্তুক ৩ ঘণ্টাৰ ভিতৰত হ’ব ধাৰাসাৰ বৰষুণ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...