লুৰীণজ্যোতি গগৈয়ে ঘোষণা কৰিলে বিৰোধী ঐক্য মঞ্চৰ নতুন নাম | assam opposition forum announced new name Assam news - Assam Tv9

লুৰীণজ্যোতি গগৈয়ে ঘোষণা কৰিলে বিৰোধী ঐক্য মঞ্চৰ নতুন নাম

Updated On: 

05 Oct 2024 | 04:52 PM

নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

1 / 5নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক।  আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

নাম সলনি হ’ল বিৰোধী ঐক্যমঞ্চৰ, এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

2 / 5

২০২৬ৰ বিধানসভা নিৰ্বাচনত ‘অসম’ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ।

3 / 5

শনিবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই ঘোষণা কৰে গগৈয়ে। এই নামেৰেই পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা চলাই নিব এই মঞ্চই।

4 / 5

‘অসম’ মিত্ৰজোঁট বা ‘অসম সন্মিলিত মৰ্চা’ হিচাপে পৰিচিত হ’ব পূৰ্বৰ বিৰোধী ঐক্যমঞ্চ, অসম।

5 / 5

পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন খেলিব ‘অসম’ মিত্ৰজোঁটে। উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ‘অসম’ মিত্ৰজোঁটে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...