আনুষ্ঠানিকভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ! সন্ধিয়া ৫ বজালৈ ৫ সমষ্টিত ভোটদানৰ হাৰ কিমান? | assam by election voting closed know the percentage of voting till out 5 pm Assam news - Assam Tv9

Assam by election: আনুষ্ঠানিকভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ! সন্ধিয়া ৫ বজালৈ ৫ সমষ্টিত ভোটদানৰ হাৰ কিমান?

Updated On: 

13 Nov 2024 | 08:36 PM

সন্ধিয়া ৫ বজাৰ লগে লগে ৰাজ্যত আনুষ্ঠানিকভাৱে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ। সন্ধিয়া ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

1 / 5আনুষ্ঠানিকভাৱে অন্ত পৰি ৰাজ্যৰ ৫ সমষ্টিৰ  উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।  ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%।

আনুষ্ঠানিকভাৱে অন্ত পৰি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫ বজালৈকে ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হ’ল ৭২.৮৩%।

2 / 5

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৮.১০% ভোটদান সম্পন্ন হয়।

3 / 5

ধলাই বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭২.৪০% ভোটদান সম্পন্ন হয়। বিহালী বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৩.৭০% ভোটদান সম্পন্ন হয়।

4 / 5

বঙাইগাঁও বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৬৯.০৮% ভোটদান সম্পন্ন হয়।

5 / 5

চিদলীত বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭১.৫০% ভোটদান সম্পন্ন হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...