Raksha Bandhan 2025: ৰাখীবন্ধনৰ কিমান দিনৰ পিছত ভাতৃয়ে হাতৰ পৰা ৰাখী আঁতৰাব পাৰে? মাথোঁ নকৰিব ভুল! | After how many days should a brother remove the Rakhi from his wrist? Assam news - Assam Tv9

Raksha Bandhan 2025: ৰাখীবন্ধনৰ কিমান দিনৰ পিছত ভাতৃয়ে হাতৰ পৰা ৰাখী আঁতৰাব পাৰে? মাথোঁ নকৰিব ভুল!

Published: 

02 Aug 2025 | 05:35 PM

Raksha Bandhan 2025: জীৱনৰ প্ৰতিটো সম্পৰ্ক বহুমূলীয়া। ৰাখীবন্ধন হৈছে ভাতৃ-ভগ্নীৰ মৰমৰ বান্ধোন। কিমান দিনৰ পিছত এজন ভাতৃয়ে ৰাখীবন্ধনৰ পিছত হাতৰ ৰাখীডাল আঁতৰাব পাৰে জানক।

1 / 5ৰাখীবন্ধন উৎসৱ ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক। প্ৰতি বছৰে এই উৎসৱ শাওন পূৰ্ণিমাৰ দিনা পালন কৰা হয়। ভাতৃৰ হাতত ভগ্নীসকলে মৰম আৰু চেনেহেৰে নিৰ্মিত ৰাখী বান্ধি দিয়ে।

ৰাখীবন্ধন উৎসৱ ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক। প্ৰতি বছৰে এই উৎসৱ শাওন পূৰ্ণিমাৰ দিনা পালন কৰা হয়। ভাতৃৰ হাতত ভগ্নীসকলে মৰম আৰু চেনেহেৰে নিৰ্মিত ৰাখী বান্ধি দিয়ে।

2 / 5

ৰাখীবন্ধনৰ দিনা বান্ধি দিয়া ৰাখী কেতিয়া আঁতৰাব লাগে তাক লৈ বহুতে বিমোৰত পৰে। কেতিয়াবা মানুহে পিছদিনা আঁতৰাই দিয়ে, কেতিয়াবা মানুহে বছৰ বছৰ ধৰি ৰাখী পিন্ধি থাকে।

3 / 5

ৰাখীবন্ধন শেষ হোৱাৰ পিছত বান্ধি দিয়া ৰাখী আঁতৰাব পাৰে। তিথি শেষ হোৱাৰ পিছত ৰাখী আঁতৰালে শুভ বুলি গণ্য কৰা হয়।

4 / 5

জন্মাষ্টমীৰ দিনা বান্ধি থোৱা ৰাখী আঁতৰাব পাৰে। ৰাখীবন্ধনৰ ৬-৭ দিন পিছত জন্মাষ্টমী আহে। এই দিনটোত ৰাখী আঁতৰাই এজোপা গছত বান্ধিব পাৰে।

5 / 5

ৰাখী কেতিয়া খুলিব লাগে সেই সম্পৰ্কে শাস্ত্ৰত কোনো নিৰ্দিষ্ট দিন বা বাৰৰ কথা উল্লেখ নাই। কিন্তু বহুদিন ৰাখী বান্ধি ৰখাটো অশুভ হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...