গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা | actress tamannaah bhatia questioned by ed in guwahati alleged of ipl betting scandal Assam news - Assam Tv9

গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা

Edited By: 

Barasha Misra | Updated On: 18 Oct 2024 | 04:59 PM

অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত মোহময়ী অভিনেত্ৰী তামান্না। ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। নিষিদ্ধ মহাদেৱ বেটিং এপৰ বিজ্ঞাপন কৰিছিল তামান্নাই। পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত তামান্না ভাটিয়া। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।

1 / 5‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত জেৰা ইডিৰ।  অভিনেত্ৰীগৰাকীৰ লগত আহিছে তেওঁৰ মাতৃ।

‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত জেৰা ইডিৰ। অভিনেত্ৰীগৰাকীৰ লগত আহিছে তেওঁৰ মাতৃ।

2 / 5

AS12BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনেৰে আহি ইডিৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই।

3 / 5

পূৰ্বেও কেইবাবাৰো EDয়ে চমন দিছিল তমান্নাক। কিন্তু বৰ্তমান EDয়ে গুৱাহাটীলৈ তেওঁক কিয় মাতিলে, সেয়া স্পষ্ট নহয় যদিও মহাৰাষ্ট্ৰৰ গোচৰতে তেওঁক গুৱাহাটীত সোধা-পোছাৰ বাবে মতা বুলি ধাৰণা কৰা হৈছে।

4 / 5

বৃহস্পতিবাৰে গুৱাহাটী উপস্থিত হোৱা তামান্নাক সাত ঘন্টাজুৰি জেৰা ইডিৰ ৷ দুপৰীয়া ১ বজাৰ পৰা ইডিৰ জেৰাৰ সন্মুখীন তামান্না ৷

5 / 5

আজি নিশা গুৱাহাটীতেই কটাব তামান্না ভাটিয়াই। নিশা ৰেডিশ্যন ব্লুত থাকিব তামান্নাসহ মাতৃ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...