এটা সুস্থ মনৰ অধিকাৰী হ'বলৈ কি কৰিব ? জানক | Yoga for Mental Health; Read More in Assamese Assam news - Assam Tv9

Mental Health : মনটো সুস্থ হ’লেহে স্বাস্থ্য সুস্থ হৈ থাকিব, দৈনিক প্ৰাণায়াম বা যোগাসন কৰাৰ অভ্যাস কৰক…

Edited By: 

Parul Rawat | Updated On: 06 Sep 2024 | 12:22 PM

সুস্বাস্থ্যৰ বাবে মনৰ যত্ন লোৱাটো অতি প্ৰয়োজন । মানসিক চাপ বাঢ়ি অহাৰ লগে লগে সুস্থ জীৱন যাপন কৰাটো সম্ভৱ নহয়। মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায় যোগ। দৈনন্দিন জীৱনৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে যোগাসন বা প্ৰাণায়াম কৰক।

1 / 8সুস্বাস্থ্যৰ বাবে মনৰ যত্ন লোৱাটো অতি প্ৰয়োজন । মানসিক চাপ বাঢ়ি অহাৰ লগে লগে সুস্থ জীৱন যাপন কৰাটো সম্ভৱ নহয়।

সুস্বাস্থ্যৰ বাবে মনৰ যত্ন লোৱাটো অতি প্ৰয়োজন । মানসিক চাপ বাঢ়ি অহাৰ লগে লগে সুস্থ জীৱন যাপন কৰাটো সম্ভৱ নহয়।

2 / 8

মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায় যোগ। দৈনন্দিন জীৱনৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে যোগাসন বা প্ৰাণায়াম কৰক।

3 / 8

যোগাসন কেৱল ৰোগৰ আশংকা হ্ৰাস কৰা বা ওজন নিয়ন্ত্ৰণত ৰখাই নহয়। মানসিক স্বাস্থ্যও উন্নত কৰে । দৈনিক যোগাভ্যাস কৰিলে শৰীৰ আৰু মন দুয়োটা সুস্থ হৈ থাকে।

4 / 8

মানসিক চাপে মনৰ ধৈৰ্য্য নোহোৱা কৰে। সংগীত শুনাৰ উপৰিও ছবি অংকন, যোগাসন, প্ৰাণায়ামে মনটোক শান্ত কৰি মানসিক চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মানসিক চাপ নিয়ন্ত্ৰণত থাকিলেহে মনৰ ধৈৰ্য্য বৃদ্ধি পায় ।

5 / 8

যোগে শাৰীৰিক ক্লান্তি কমোৱাত সহায় কৰে। উদ্বেগ আৰু হতাশাৰ দৰে মানসিক অৱস্থাৰ পৰা মুক্ত হোৱাত যোগাসনে সহায় কৰিব ।

6 / 8

ভৱিষ্যত আৰু অতীতৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক। বেছি চিন্তা নকৰিব। তেতিয়া মনটো শান্ত হ’ব, কামত মনোনিৱেশ বাঢ়িব আৰু সহনশীলতাও বাঢ়িব ।

7 / 8

প্ৰাণায়াম কৰক, ই ৰক্তচাপ স্বাভাৱিক কৰে। হতাশা আৰু উদ্বেগ কমি যায়। মানসিক চাপ কম কৰিবলৈ দৈনিক প্ৰাণায়াম কৰিব পাৰে।

8 / 8

যোগে নেতিবাচক চিন্তাবোৰ নাইকিয়া কৰাত সহায় কৰে। ইয়াৰ লগতে জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...