নাৰীয়ে পুৰুষৰ কিয় এইবোৰ কথাতহে বেছি মনোযোগ দিয়ে? জানি হ’ব আচৰিত!

এগৰাকী নাৰীয়ে যেতিয়া পুৰুষক লগ পায় তেতিয়া তেওঁৰ প্ৰথম দৃষ্টি এই বস্তুটোৰ ওপৰতহে পৰে। চাণক্যৰ ভৱিষ্যদ্বাণীবোৰে আপোনাক আচৰিত কৰি তুলিব। ইয়াৰোপৰি প্ৰতিগৰাকী নাৰীয়ে পুৰুষৰ অদ্ভুদ কিছুমান কথাহে বেছি মনোযোগ দি ভাল পায়।

নাৰীয়ে পুৰুষৰ কিয় এইবোৰ কথাতহে বেছি মনোযোগ দিয়ে? জানি হব আচৰিত!
Published: 

20 Nov 2025 | 04:11 PM

Chanakya Niti: আজিকালি কেৱল ল’ৰাই নহয় ছোৱালীয়েও সমানে জীৱন সংগীৰ সন্ধান কৰে। ছোৱালীৰ পৰা ল’ৰাৰ কিছুমান আশা থাকিলেও ছোৱালীয়েও জীৱন সংগীৰ মাজত কিছুমান বিশেষ গুণ বিচাৰে। আচাৰ্য চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত ল’ৰাৰ কিছুমান গুণৰ বৰ্ণনাও কৰিছে যিয়ে ছোৱালীক আকৰ্ষণ কৰে।

আচাৰ্য চাণক্যক দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজনীতিবিদ, অৰ্থনীতিবিদ, কূটনীতিবিদ হিচাপে গণ্য কৰা হয়। মানৱ জীৱনৰ প্ৰায় প্ৰতিটো সমস্যাৰ সমাধান তেওঁৰ “চাণক্য নীতি শাস্ত্ৰ”ত আগবঢ়াইছে। বিবাহ, সম্পৰ্ক, কৰ্মসংস্থাপন, বন্ধুত্ব, প্ৰেম আদিৰ ইতিবাচক আৰু নেতিবাচক পৰিণতিকে ধৰি সমাজৰ বিভিন্ন সমস্যাৰ সমাধান কৰিছে। আজি আমি আপোনালোকক চাণক্যই নীতি শাস্ত্ৰত বৰ্ণনা কৰা পুৰুষৰ তিনিটা গুণৰ বিষয়ে ক’বলৈ ওলাইছো, যিবোৰে ছোৱালীক আকৰ্ষণ কৰে।

জ্ঞানী

আচাৰ্য চাণক্যৰ মতে, ছোৱালীয়ে চোকা মন থকা পুৰুষক বেছি পছন্দ কৰে, যিয়ে প্ৰতিটো পৰিস্থিতিত সিদ্ধান্ত ল’বলৈ নিজৰ হৃদয় আৰু মন ব্যৱহাৰ কৰে। এই কাৰণেই কোৱা হয় যে ছোৱালীবোৰ বুদ্ধিমান পুৰুষৰ প্ৰতি অধিক সহজে আকৰ্ষিত হয়।

যত্ন লোৱা

আচাৰ্য চাণক্যই তেওঁৰ “নীতি শাস্ত্ৰ” নামৰ গ্ৰন্থখনত বুজাইছে যে ছোৱালীয়ে সাধাৰণতে যত্নশীল পুৰুষক বেছি পছন্দ কৰে। তেওঁলোকে নিজৰ বন্ধু-বান্ধৱী, পৰিয়াল আৰু আত্মীয়ৰ অনুভৱবোৰ বিবেচনা কৰে। তেওঁলোকে কেতিয়াও এনেকুৱা একো নকয় যিয়ে তেওঁলোকক আঘাত দিব পাৰে। পিতৃ-মাতৃৰ ভাল লগা-বেয়া লগাৰ প্ৰতি তেওঁলোকে বিবেচনা কৰে। নাৰীয়ে বিচাৰে পুৰুষজনে যেন পৰিয়ালক সন্মান কৰে আৰু তেওঁলোকৰ লগত সময় কটায়।

পৰিশ্ৰমী হোৱা

ছোৱালীবোৰ সাধাৰণতে অভদ্ৰ, বেয়া, অহংকাৰী আৰু এলেহুৱা ল’ৰাতকৈ কঠোৰ পৰিশ্ৰমী ল’ৰাৰ প্ৰতি বেছি আকৰ্ষিত হয়। পৰিশ্ৰমী ল’ৰাই ছোৱালীৰ মন জয় কৰিব পাৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...