জিম বা ডায়েট নকৰাকৈ কেনেকৈ হ্ৰাস কৰিব শৰীৰৰ ওজন ? | Weight Loss Tips Without Gym and Diet in Assamese Assam news - Assam Tv9

Weight Loss Tips: জিম বা ডায়েট নকৰাকৈ কেনেকৈ হ্ৰাস কৰিব শৰীৰৰ ওজন ? এই কেইটা সহজ উপায় জানক…

Published: 

13 Aug 2024 | 09:44 PM

আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন? প্ৰতিদিনে প্ৰটিন আৰু আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে। ই বিপাকীয় হাৰ বৃদ্ধি কৰিব আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব । ঘৰতে বনোৱা যিকোনো খাদ্য খালে ওজন কমাব পাৰি। মাত্ৰ ৰন্ধা সময়ত তেল, নিমখ, চেনি কম পৰিমাণে ব্যৱহাৰ কৰক। ইয়াৰ উপৰিও কেইটা উপায় জানি লওক...

1 / 8আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন?

আপুনি যিমান কষ্ট কৰিলেও শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । ইয়াৰ লগতে সকলোৰে বাবে জিম বা ডায়েট কৰাৰো সম্ভৱ নহয়। তেন্তে কেনেকৈ কমাব ওজন?

2 / 8

প্ৰতিদিনে প্ৰটিন আৰু আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে। ই বিপাকীয় হাৰ বৃদ্ধি কৰিব আৰু ওজন হ্ৰাস কৰাত সহায় কৰিব ।

3 / 8

দৈ, আচাৰ আদি প্ৰ’বায়’টিক খাদ্য খাব । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰিব ।

4 / 8

ঘৰতে বনোৱা যিকোনো খাদ্য খালে ওজন কমাব পাৰি। মাত্ৰ ৰন্ধা সময়ত তেল, নিমখ, চেনি কম পৰিমাণে ব্যৱহাৰ কৰক।

5 / 8

ওজন কমাবলৈ টোপনিৰ প্ৰয়োজন। অনিদ্ৰাৰ ফলত মেদবহুলতা, ডায়েবেটিছ আদি সমস্যাৰ সৃষ্টি হয়। শৰীৰৰ স্বাস্থ্য আৰু সঠিক শৰীৰৰ ওজন বজাই ৰাখিবলৈ নিশা কমেও ৭-৮ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন ।

6 / 8

মানসিক চাপ কমাব। মানসিক চাপ বাঢ়িলে শৰীৰৰ হৰম’নৰ ভাৰসাম্য হেৰাই যায়। ইয়াৰ ফলত প্ৰায়ে ওজন বৃদ্ধি পায়। গতিকে জিমলৈ গৈ ওজন কমাব নোৱাৰিলেও নিশ্চয় মানসিক চাপ কমাব পাৰিব।

7 / 8

ওজন কম কৰিবলৈ কম খাদ্য খোৱাৰ ভুল নকৰিব । শৰীৰত পুষ্টিৰ অভাৱ হ’লে ওজন হ্ৰাস কৰাত কঠিন হৈ পৰে। শৰীৰৰ পুষ্টিৰ প্ৰয়োজনীয়তা সৃষ্টি হ’লে ওজন কমি নাযায় । কিন্তু ইয়াৰ বিপৰীতে শাৰীৰিক সমস্যা বাঢ়িব।

8 / 8

প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে ওজন কমাবলৈ বহুত সহজ হৈ পৰে। কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...