সেউজীয়া পোছাকৰ সৈতে পিন্ধক এই কাণফুলি, ই আপোনাক দেখুৱাব আকৰ্ষণীয় | Wear this earring with a green dress it will show you interesting Assam news - Assam Tv9

সেউজীয়া পোছাকৰ সৈতে পিন্ধক এই কাণফুলি, ই আপোনাক দেখুৱাব আকৰ্ষণীয়

Updated On: 

24 Jul 2024 | 08:10 PM

প্ৰতিগৰাকী মহিলাই ধুনীয় সাজ-পোছাক পিন্ধি ভাল পায়। যিকোনো বিশেষ অনুষ্ঠানত মহিলাসকলে নিজৰ মেকআপত কোনো ত্ৰুটি নাৰাখে। শাওন মাহত মহিলাসকলে সেউজীয়া চুট আৰু শাৰী পিন্ধিবলৈ বেছি পছন্দ কৰে। এনে পৰিস্থিতিত আপুনি কেনে কাণফুলি পিন্ধিব লাগে জনাটো দৰকাৰ।

1 / 5সেউজীয়া ৰঙৰ চুট বা শাৰীৰ লগত পাৰ্ল ষ্টাইলৰ কাণফুলি পিন্ধিব পাৰি। এই বগা আৰু হালধীয়া ৰঙৰ মিশ্ৰণ কাণফুলি আপোনাৰ সেউজীয়া ৰঙৰ সাজ-পোছাকৰ সৈতে ধুনীয়া দেখা যাব।

সেউজীয়া ৰঙৰ চুট বা শাৰীৰ লগত পাৰ্ল ষ্টাইলৰ কাণফুলি পিন্ধিব পাৰি। এই বগা আৰু হালধীয়া ৰঙৰ মিশ্ৰণ কাণফুলি আপোনাৰ সেউজীয়া ৰঙৰ সাজ-পোছাকৰ সৈতে ধুনীয়া দেখা যাব।

2 / 5

সোণালী ৰঙৰ কাণফুলি সকলো পোছাকৰ লগতে ভাল দেখায়। শাৰীৰ সৈতে এনেধৰণৰ কাণফুলি পিন্ধিব পাৰে।

3 / 5

আপুনি যদি শাৰী পিন্ধে তাৰ সৈতে এনেধৰণৰ কাণফুলিয়ে আকৰষণীয় দেখাব।

4 / 5

কুৰ্তী,চুৰিদাৰৰ সৈতে সৰু কাণফুলিয়ে লুকটো সম্পূৰ্ণ কৰে।

5 / 5

সেউজীয়া আৰু বগা ৰঙৰ কাণফুলি সকলো পোছাকৰ লগতে উত্তম। আপোনাৰ লুকটো আকৰ্ষণীয় দেখুৱাবলৈ এনেধৰণৰ কাণফুলি পিন্ধিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...