ভিটামিন বি ১২ ৰ বাবে এই পাঁচবিধ ফল খাওক, ইউৰিক এচিড হ্ৰাস পাব... | Vitamin B12 Rich Fruits in Assamese Assam news - Assam Tv9

Vitamin B12 Fruits : ভিটামিন বি ১২ ৰ বাবে এই পাঁচবিধ ফল খাওক, ইউৰিক এচিড হ্ৰাস পাব…

Updated On: 

20 Aug 2024 00:11 AM

ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে। শৰীৰত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে ভিটামিন বি ১২ য়ে । শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন বি ১২ থকা এই পাঁচবিধ ফল খাদ্যৰ তালিকাত ৰাখক।

1 / 8ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে।

ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে।

2 / 8

শৰীৰত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ভিটামিন বি ১২ য়ে । গতিকে ইউৰিক এচিড থকা সকলে ভিটামিন বি ১২ থকা খাদ্য খাব পাৰে ।

3 / 8

ভিটামিন বি ১২ সমৃদ্ধ ফল খালে ইউৰিক এচিড পৰা কিডনীত পাথৰ হোৱালৈকে বিভিন্ন শৰীৰিক সমস্যাৰ সম্ভাৱনা কম কৰে । ভিটামিন বি ১২ৰ বাবে এইকেইটা ফল খাব পাৰে ।

4 / 8

কলত ভিটামিন বি ১২ পোৱা যায়। ইয়াত পটাছিয়ামৰ পৰিমাণো বেছি।

5 / 8

আপেলত ভিটামিন বি ১২ পাব। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপেল খাব পাৰে ।

6 / 8

কিৱিত ভিটামিন বি ১২ পোৱা যায়। প্ৰতিদিনে এটা কিৱি খালে ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰে ।

7 / 8

আনাৰসত ভিটামিন বি ১২ থাকে। শৰীৰত ভিটামিন বি ১২ যোগান ধৰিবলৈ আনাৰস খাব পাৰে ।

8 / 8

তৰমুজত পানীৰ পৰিমাণ বেছি। ভিটামিন বি ১২ সমৃদ্ধ এই ফলটোৱে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি বৃক্কক সুস্থ কৰি ৰাখে।

নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?