দাঁতৰ অসহ্যকৰ বিষ! ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

বেছিভাগ ক্ষেত্ৰতে যেতিয়া আমাৰ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে তেতিয়া আমি দন্ত চিকিৎসকৰ ওচৰলৈ লৰালৰিকৈ যাওঁ। ফলত আমাৰ বহুত ধন খৰচ হয়। অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ।

দাঁতৰ অসহ্যকৰ বিষ! ঘৰুৱা পদ্ধতিৰে কৰক দূৰ
Published: 

18 Jan 2026 | 05:34 PM

দাঁতত পোকে খোৱাৰ সমস্যা সকলোৰে হয়। দাঁতৰ মাজত সৃষ্টি হোৱা গাঁতবোৰ ক্ৰমান্বয়ে বাঢ়ি যায়। মুখৰ বেক্টেৰিয়াই চেনি আৰু পৰিশোধিত কাৰ্বহাইড্ৰেটৰ সৈতে এচিড উৎপন্ন কৰে, যিয়ে দাঁতৰ কঠিন বাহিৰৰ স্তৰটোও ক্ষতি কৰিব পাৰে, যাক ইনামেল বুলি জনা যায়। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই সমস্যাৰ সৈতে যুঁজি আছে। দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, মুখত বেক্টেৰিয়াৰ সংক্ৰমণ, অত্যধিক মিঠা খাদ্য খোৱা বা স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা।

বেছিভাগ ক্ষেত্ৰতে যেতিয়া আমাৰ দাঁতৰ বিষ হ’বলৈ আৰম্ভ কৰে তেতিয়া আমি দন্ত চিকিৎসকৰ ওচৰলৈ লৰালৰিকৈ যাওঁ। ফলত আমাৰ বহুত ধন খৰচ হয়। অৱশ্যে কিছুমান ঘৰুৱা উপায় আছে যিবোৰ বিষ কমোৱাত অতি ফলপ্ৰসূ। সেইবোৰ কি কি জানো আহক।

  • হালধি দাঁতৰ বিষ দূৰ কৰাত উত্তম। ইয়াৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদত যথেষ্ঠ জনপ্ৰিয়। হালধিৰ অন্যতম পৰিচিত উপাদান হ’ল এলিচিন, যাৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে। দাঁতৰ বিষৰ বাবে দায়ী কিছুমান বীজাণু ধ্বংস কৰাত হালধি অতি ফলপ্ৰসূ।
  • দাঁতৰ বিষ হ’লে নহৰুৰ পেষ্ট লগাওক। নহৰুত থকা এলিচিন এবিধ সক্ৰিয় উপাদান যিয়ে বেক্টেৰিয়াক ধ্বংস ৰে। নহৰুৰ পেষ্ট তীব্ৰ অনুভৱ হ’ব পাৰে, কিন্তু বিষ হোৱা ঠাইত লগাওক। ইয়াৰ ফলত ফুলাভাৱো কমিব।
  • দাঁতৰ বিষ কমোৱাৰ বাবে আন এটা অতি ফলপ্ৰসূ উপাদান হ’ল লং। এই মছলা কম বেছি পৰিমাণে সকলোৰে পাকঘৰত থাকে। গতিকে হাতত থকাটোও সুবিধাজনক। মাত্ৰ লৱণ থেতেলিয়াই, চোবাই লওক।

 

 

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি