বৰষুণৰ বাবে উত্তম দিব্যাংকা ত্ৰিপাঠীৰ এই পোছাক, আপুনিও কৰিব পাৰে অনুসৰণ | This dress by Divyanka Tripathi is perfect for the rain Assam news - Assam Tv9

বৰষুণৰ বাবে উত্তম দিব্যাংকা ত্ৰিপাঠীৰ এই পোছাক, আপুনিও কৰিব পাৰে অনুসৰণ

Published: 

12 Jul 2024 | 06:06 AM

টিভি অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠীয়ে ছ’চিয়েল মিডিয়াত অতি সুন্দৰ সাজ-পোছাকত ফটো শ্বেয়াৰ কৰিছে। তেওঁৰ প্ৰতিটো লুক কেৱল ষ্টাইলিছ দেখাই নহয়, আৰামৰেও ভৰি আছে।

1 / 5টিভি অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী যথেষ্ট ষ্টাইলিচ।

টিভি অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী যথেষ্ট ষ্টাইলিচ।

2 / 5

কপাহী চুটি পোছাকত দিব্যাংকা ত্ৰিপাঠীক খুব ধুনীয়া দেখা গৈছে। এই ধৰণৰ পোছাক যথেষ্ট আৰামদায়ক।

3 / 5

যদি আপুনি চুটি ড্ৰেছ পিন্ধিবলৈ বেয়া পায়, তেন্তে দিব্যাংকাৰ দৰে মেক্সি ড্ৰেছ পিন্ধিব পাৰে পাৰে।

4 / 5

এই দুয়োটা ড্ৰেছৰ সৈতে দিব্যংকা ত্ৰিপাঠীয়ে দীঘল হাতৰ চ্ৰাগ পিন্ধিছে। এনে চ্ৰাগে আপোনাৰ চেহেৰাটোক আৰু অধিক উজ্জ্বল কৰি তোলে।

5 / 5

দিব্যাংকা ত্ৰিপাঠী অল ব্লেক লুকত। ফুল স্লীভ জাম্প ছুট পিন্ধিছে, য’ত সোণালী বেল্ট লগোৱা দেখা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...