Celebs Fashion: ককটেল পাৰ্টিৰ বাবে একেবাৰে উপযুক্ত তামন্নাৰ এই সাজ-পোছাক, আপুনিও কৰিব পাৰে অনুসৰণ Assam news - Assam Tv9

Celebs Fashion: ককটেল পাৰ্টিৰ বাবে একেবাৰে উপযুক্ত তামন্নাৰ এই সাজ-পোছাক, আপুনিও কৰিব পাৰে অনুসৰণ

Published: 

04 Jul 2024 | 07:09 PM

টিভিৰ চেলিব্ৰিটি হওক বা বলীউডৰ অভিনেত্ৰী হওক, মহিলাসকলে ফেশ্বন বহুত অনুসৰণ কৰে। আজি চাও আহক তামান্নাৰ ষ্টাইল।

1 / 5Tamannaah Bhatia Looks:অভিনেত্ৰী তমন্না ভাটিয়া নিজৰ ষ্টাইল আৰু ফেশ্বন চেন্সৰ বাবে পৰিচিত। অভিনেত্ৰীগৰাকীৰ সাজ-পোছাক দেখিবলৈ আকৰ্ষণীয় হয়।

Tamannaah Bhatia Looks:অভিনেত্ৰী তমন্না ভাটিয়া নিজৰ ষ্টাইল আৰু ফেশ্বন চেন্সৰ বাবে পৰিচিত। অভিনেত্ৰীগৰাকীৰ সাজ-পোছাক দেখিবলৈ আকৰ্ষণীয় হয়।

2 / 5

তামন্নাই ক’লা ৰঙৰ হাই স্লিট স্কাৰ্টৰ সৈতে ধুনীয়া দেখা হৈ উঠিছে। ইয়াৰ লগতে মেচি হেয়াৰ বান আৰু ডাইমণ্ড ড্ৰপ ডাউন ইয়াৰৰিঙৰ সৈতে লুকটো অধিক আকৰ্ষণীয় দেখা হৈছে।

3 / 5

তামন্নাই ধূসৰ ৰঙৰ কাৰ্গো পেণ্টৰ সৈতে বগা কৰ্চেট টপৰ এটা ষ্টাইল কৰিছে। নূন্যতম মেকাপেৰে উজ্জ্বল দেখা হৈছে অভিনেত্ৰীগৰাকীক।

4 / 5

পিংক ৰঙৰ ষ্ট্ৰেপি ড্ৰেছত অভিনেত্ৰীগৰাকীক যথেষ্ট গ্লেমাৰাছ দেখা গৈছে। মুকুতাৰ দৰে কাণফুলিৰে চুলিখিনি খোলা ৰাখিছে। যিটো আপুনিও অনুসৰণ কৰিব পাৰে।

5 / 5

সেউজীয়া ৰঙৰ এই পোছাকত তামান্নাক বৰ ধুনীয়া দেখা গৈছে। ইয়াৰ কঁকালৰ কাট আউট ডিটেইলিংৰ লগতে কাণত সোণৰ প্লেটেড কাণফুলিৰে লুকটো সম্পূৰ্ণ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...