ফুৰিবলৈ গ'লে কেনেকুৱা পোছাক পিন্ধিব তাৰ বাবে চিন্তিত নেকি? আইমী বৰুৱাৰ পৰা লওক আইডিয়া | Take fashion ideas from Assamese actress Aimee Barua Assam news - Assam Tv9

ফুৰিবলৈ গ’লে কেনেকুৱা পোছাক পিন্ধিব তাৰ বাবে চিন্তিত নেকি? আইমী বৰুৱাৰ পৰা লওক আইডিয়া

Updated On: 

08 Aug 2024 | 08:21 PM

আইমী বৰুৱা অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়। ষ্টাইলিঙকলৈও যথেষ্ঠ সচেতন অভিনেত্ৰীগৰাকী।

1 / 5

অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে আইমী বৰুৱা। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।

2 / 5

ফেশ্বনৰ ক্ষেত্ৰতো যথেষ্ঠ সক্ৰিয় অভিনেত্ৰী গৰাকী। কেনেকৈ নিজকে ধুনীয়া কৰি ৰাখিব পাৰি সেই সকলো বিষয়ে তেওঁ জ্ঞাত।

3 / 5

আইমীৰ পোছাকক লৈ সৰ্বত্ৰে চৰ্চা, সেয়া লাগিলে দামীয়েই হওক বা সাধাৰণে হওক। সকলো সময়তে খাপ খোৱাকৈ কাপোৰ পৰিধান কৰিবলৈ জানে আইমীয়ে।

4 / 5

যদি আপুনি বন্ধুৰ সৈতে কৰোবালৈ যাব বিচাৰিছে আৰু কি পিন্ধিব বিচাৰি পোৱা নাই তেন্তে অভিনেত্ৰী গৰাকীৰ পোছাকৰ পৰা আইডিয়া ল'ব পাৰে।

5 / 5

বগা স্কাৰ্টৰ সৈতে ক্ৰপ টপত আকৰ্ষণীয় দেখিছে আইমীক। যদি আপুনিও গৰমত এনেধৰণৰ পোছাক পিন্ধি ভাল পায় তেন্তে অভিনেত্ৰী গৰাকীৰ পৰা আইডিয়া ল'ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...