ৰুদ্ৰাক্ষতকৈ শক্তিশালী! এইবিধ বস্তু ঘৰত ৰাখিলে সলনি হ’ব আপোনাৰ ভাগ্য…

এই মাহটোত ভগৱান শিৱৰ স্তুতি কৰিলে সকলো ধৰণৰ মনৰ কামনা পূৰ্ণ হয়। ভগৱান শিৱৰ লগত সাপৰ সংযোগ এতি গুৰুত্বপূৰ্ণ। এই সময়তে সাপবোৰ গাঁতৰ পৰা ওলাই আহি ছাল সলায়।

ৰুদ্ৰাক্ষতকৈ শক্তিশালী! এইবিধ বস্তু ঘৰত ৰাখিলে সলনি হব আপোনাৰ ভাগ্য...

ৰুদ্ৰাক্ষ

Published: 

11 Aug 2024 14:30 PM

বৰ্তমান চলি আছে শাওনৰ মাহ। এই মাহটো ভগৱান শিৱৰ বুলি গন্য কৰা হয়। কোৱা হয়, এই মাহটোত ভগৱান শিৱৰ স্তুতি কৰিলে সকলো ধৰণৰ মনৰ কামনা পূৰ্ণ হয়। ভগৱান শিৱৰ লগত সাপৰ সংযোগ এতি গুৰুত্বপূৰ্ণ। এই সময়তে সাপবোৰ গাঁতৰ পৰা ওলাই আহি ছাল সলায়। বিশেষকৈ গাঁও অঞ্চলত বিভিন্ন স্থানত সাপৰ ছাল দেখিবলৈ পোৱা যায়। হিন্দু ধৰ্মত সাপৰ ছাল এক মুখী ৰুদ্ৰাক্ষৰ দৰেই গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী বুলি গণ্য কৰা হয়। কোৱা হয় যে সপোনতো সাপৰ ছাল দেখা  পোৱাতো অত্যন্ত শুভ। ইয়ে ভাগ্য উদয় হোৱাৰ ইংগিত প্ৰদান কৰে।

কিন্তু আপুনি জানেনে সাপৰ ছালৰ উপকাৰিতা? বহু সময়ত দেখা যায় যে কিছুমান সাপৰ ছাল দেখিলে ঘৰলৈ লৈ যায়। কিয়নো ইয়াক ৰুদ্ৰাক্ষৰ দৰে  গন্যা কৰা হয়। অতীজৰে পৰা সাপৰ ছাল বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

ধনৰে উপচি পৰে

সাপৰ ছাল ঘৰত ৰাখিব পাৰি। ধৰ্মীয় বিশ্বাস অনুযায়ী এনে কৰিলে এজন ব্যক্তিয়ে কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয়। কিন্তু মনত ৰাখিব যে সাপৰ ছাল চিঙি গ’লে ইয়াৰ কোনো উপকাৰ পোৱা নাযায়। ঘৰত সাপৰ ছাল ৰাখিলে বেয়া নজৰ নপৰে।  বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ ডিঙিত সাপ মেৰিয়াই থোৱা থাকে, গতিকে ঘৰত সাপৰ ছাল ৰাখিলে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে ।

সপোনত দেখাৰ উপকাৰ

জ্যোতিষ আৰু স্বপ্ন শাস্ত্ৰৰ মতে সপোনত সাপৰ ছাল দেখা অতি শুভ। এই সপোনটোৱে আপোনাৰ জীৱন ভাল হোৱাৰ ইংগিত দিয়ে আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব বুলি জনায়। যদি আপোনাৰ ঘৰত ঋণাত্মক শক্তি ৰ প্ৰভাৱ অনুভন কৰে তেন্তে সাপৰ  ছাল পিহি তাৰ দ্বাৰা হিং আৰু শুকান নিমৰ পাতৰ মিশ্ৰণ বনাওক। তাৰ পিছত মঙলবাৰে গৰুৰ গোবৰত ধূপ আৰু মিশ্ৰণটো জ্বলাই ঘৰৰ চুক-কোণত দিব লাগে। এনে কৰিলে নেতিবাচক শক্তিবোৰ  প্ৰভাৱ কমে।

এয়া কেৱল ধৰ্মীয় মান্যতাহে। পূৰ্বৰে পৰা বহুতে এই বিধিসমূহ পালন কৰি আহিছে।  বিজ্ঞানীসকলৰ মতে সাপ এবিধ সৰীসৃপ আৰু এই জীৱবোৰৰ মেৰুদণ্ড নাথাকে, সেয়েহে অহৰহ মাটি ঘঁহি আৰু খোজ কঢ়াৰ বাবে ইহঁতৰ ছাল লাহে লাহে মৰিবলৈ আৰম্ভ কৰে । তাৰ পাছত নতুন ছাল ওলায়।  সাপে জীৱনত কেইবাবাৰো ছাল সলনি কৰে।

 

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey