Garlic Peel: নহৰুৰ বাকলিবোৰ কি কামত ব্যৱহাৰ কৰিব পাৰি চাওক... | Smart ways to reuse garlic peels, Read More in Assamese Assam news - Assam Tv9

Garlic Peel: নহৰুৰ বাকলি বা খোলাবোৰ কি কামত ব্যৱহাৰ কৰিব পাৰি চাওক…

Published: 

07 Aug 2024 | 08:09 PM

দৈনন্দিন ৰন্ধা-বঢ়াত সামান্য পৰিমাণৰ নহৰু ব্যৱহাৰ কৰা হয়। খাদ্যৰ সোৱাদ আৰু পুষ্টিৰ বৃদ্ধিৰ বাবে নহৰু অতি উত্তম। কোনোৱে নহৰুৰ বাকলি পানীত তিয়াই উলিয়াই আনে । আন কোনোৱে থেতেলিয়াই নহৰুৰ বাকলি আঁতৰাই । পিছে নহৰু বাকলিবোৰ কি কৰিব?

1 / 8দৈনন্দিন ৰন্ধা-বঢ়াত সামান্য পৰিমাণৰ নহৰু ব্যৱহাৰ কৰা হয়। খাদ্যৰ সোৱাদ আৰু পুষ্টিৰ বৃদ্ধিৰ বাবে নহৰু অতি উত্তম।

দৈনন্দিন ৰন্ধা-বঢ়াত সামান্য পৰিমাণৰ নহৰু ব্যৱহাৰ কৰা হয়। খাদ্যৰ সোৱাদ আৰু পুষ্টিৰ বৃদ্ধিৰ বাবে নহৰু অতি উত্তম।

2 / 8

কোনোৱে নহৰুৰ বাকলি পানীত তিয়াই উলিয়াই আনে । আন কোনোৱে থেতেলিয়াই নহৰুৰ বাকলি আঁতৰাই । পিছে নহৰু বাকলি বা খোলাবোৰ কি কৰিব?

3 / 8

নহৰুৰ দৰে ইয়াৰ বাকলিৰো বহু কাম আছে। নহৰুৰ বাকলিত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল গুণো থাকে। নহৰুৰ বাকলি পেলাই নিদিয়াকৈ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে।

4 / 8

শুকান কেৰাহীত নহৰু গুটি ভাজি পিহি লওক। তাৰ পিছত অলিভ অইলৰ লগত মিহলাই ৰ’দত ৰাখিব। কেইসপ্তাহমানৰ পিছত নহৰু তেল তৈয়াৰ হ’ব।

5 / 8

কেঁচা নিমখ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। নহৰুৰ বাকলি থেতেলিয়াই নিমখৰ লগত মিহলাই লওক। নহৰু বাকলি নিমখীয়া যদিও স্বাস্থ্যৰ বাবে উপকাৰী।

6 / 8

নহৰু বাকলিৰ লগত ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। কেঁচা জলকীয়া, পিয়াঁজ আৰু নহৰু ভিনেগাৰত তিয়াই লওক। এই ভিনেগাৰ চাইনিজ খাদ্যত ব্যৱহাৰ কৰিব পাৰি।

7 / 8

বাৰিষাত ঠাণ্ডা আৰু কাহৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নহৰুৰ বাকলিৰে চাহ বনাওক। হালধিৰ বাকলি চাহে আপোনাক চৰ্দিৰ পৰা উপশম দিব। লগতে চৰ্দি আৰু কাহৰ সমস্যাও হ্ৰাস কৰিব।

8 / 8

ঘৰতে চুপ বনাওঁতে নহৰুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। নহৰু ব্যৱহাৰ কৰাৰ উপৰিও চুপত বাকলিৰ গুড়িও দিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...