ঘৰৰ বাৰিত থকা এই ৪ বিধ গছ ভুলতেও কাটিব নালাগে, কোনবোৰ উদ্ভিদে সমৃদ্ধি আৰু সুৰক্ষা কঢ়িয়াই আনে ? জানক

ঘৰৰ বাৰিত থকা কিছুমান গছৰ গুৰুত্ব অধিক। এই গছবোৰ কেতিয়াও কাটিব নালাগে। বিশ্বাস কৰা হয়, এই গছবোৰ কাটিলে পৰিলায়ত বিভিন্ন সমস্যাই দেখা দিব পাৰে।

ঘৰৰ বাৰিত থকা এই ৪ বিধ গছ ভুলতেও কাটিব নালাগে, কোনবোৰ উদ্ভিদে সমৃদ্ধি আৰু সুৰক্ষা কঢ়িয়াই আনে ? জানক
Published: 

10 Nov 2025 | 06:19 PM

চৌপাশৰ গছ-গছনিয়ে সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, পৰিৱেশ সুস্থ কৰি ৰখাটো সহায় কৰে। ঘৰৰ বাৰিত থকা কিছুমান গছৰ গুৰুত্ব অধিক। এই গছবোৰ কেতিয়াও কাটিব নালাগে। বিশ্বাস কৰা হয়, এই গছবোৰ কাটিলে পৰিলায়ত বিভিন্ন সমস্যাই দেখা দিব পাৰে। আপুনি জানেনে ঘৰৰ বাৰিত থকা কোনবোৰ গছ কাটিব নালাগে?

কোনবোৰ গছ কাটিব নালাগে?

বেল: পূজাত বেল পাত ব্যৱহাৰ কৰা হয়। যজ্ঞ সম্পন্ন কৰাৰ বাবেও বেল কাঠৰ প্ৰয়োজন হয়। ভগৱান শিৱৰ পূজা বেল পাতৰ অবিহনে আধৰুৱা। গতিকে এই গছজোপা ইচ্ছামতে কাটিব নালাগে।

নিম: নিম গছ অতি গুৰুত্বপূৰ্ণ। ইচ্ছা কৰিলে এই গছ কেতিয়াও কাটিব নালাগে। এই গছজোপা কাটিলে ঘৰত অশুভ প্ৰভাৱ পৰে বুলি কোৱা হয়। পিছে নিম পাতৰ ঔষধি গুণো আছে।

নাৰিকল: ঘৰৰ চোতালত থকা নাৰিকল গছ ইচ্ছামতে কাটিব নালাগে। এই গছ কাটিলে অশুভ প্ৰভাৱ পৰে বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে, এই গছ কাটিলে পৰিয়ালত বিভিন্ন ৰোগে ঠাই লয় বুলি কোৱা হয়।

বটগছ: বহুতে ভাৱে যে ঘৰত বটগছ থকাটো ভাল নহয়। অৱশ্যে এই ধাৰণাটো সম্পূৰ্ণ ভুল। শাস্ত্ৰ অনুযায়ী বটগছত ঈশ্বৰে বাস কৰে বুলি বিশ্বাস কৰা হয়। ঘৰৰ বাৰিত বটগছ থাকিব লাগে।

স্পষ্টীকৰণ:বিভিন্ন উৎস আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি কেৱল তথ্যৰ এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। কোনো কাৰণতে TV9 অসমীয়া দায়ী নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...