বৈবাহিক জীৱনৰ পৰা দূৰ হ’ব সকলো সমস্যা! কৰক মাঁথো এই কাম…

বিবাহৰ পাছত সম্পৰ্কত সমস্যাই দেখা দিয়া সাধাৰণ কথা। কিন্তু এই সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে এই সম্পৰ্ক নষ্ট হৈ পৰিব পাৰে। কিন্তু কিছুমান এনে উপায় আছে যাৰ সহায়ত আপুনি এনে সমস্যা দূৰ কৰিব পাৰিব।

বৈবাহিক জীৱনৰ পৰা দূৰ হব সকলো সমস্যা! কৰক মাঁথো এই কাম...

স্বামী-স্ত্ৰী

Published: 

24 Jul 2025 18:14 PM

বৈবাহিক জীৱনত সমস্যা দেখা দিয়া সাধাৰণ কথা। বৈবাহিক বিবাদ দূৰ কৰিবলৈ স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি, সন্মান আৰু কথা-বতৰাৰ প্ৰয়োজন। কিন্তু স্বামী-স্ত্ৰীৰ মতানৈক্যৰ ক্ষেত্ৰত জ্যোতিষ শাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰ আছে যিয়ে এই সম্পৰ্ক ভাল কৰিব পাৰে। এই ক্ষেত্ৰত জ্যোতিষৰ প্ৰতিকাৰ, যেনে স্বামী-স্ত্ৰীয়ে নিৰ্দিষ্ট মন্ত্ৰ জপ কৰা, মন্দিৰ ভ্ৰমণ কৰা আৰু ধৰ্মীয় সামগ্ৰী দান কৰা আদি অন্যতম। ইয়াৰোপৰি কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি প্ৰেম জাগ্ৰত কৰিব পাৰে।

কি কৰিব

  • যদি কোনো মহিলাৰ স্বামীয়ে বেছিকৈ খং কৰে, অপমান কৰে, কথা নুশুনে, প্ৰতিটো সৰু সৰু কথাত ঠাট্টা কৰে, বেয়া আচৰণ কৰে, তেন্তে শনিবাৰে মহিলাগৰাকীয়ে সোঁহাতত ২১টা লং লৈ ২১ বাৰ স্বামীৰ নাম ক’ব লাগে আৰু পাছত সেই লং ঘৰৰ মন্দিৰত ৰাখিব লাগে। দেওবাৰে পুৱা সাৰ পোৱাৰ লগে লগে সেই লং কৰ্পৰেৰে জ্বলাই দিব। এনেদৰে আঠটা শনিবাৰ এই কাম কৰিব পাৰে। এনে কৰিলে স্বামীয়ে সহযোগিতা কৰিবলৈ আৰম্ভ কৰিব।
  • যদি আঠ শনিবাৰৰ পিছতো কোনো ফল নাপায়, তেন্তে এই প্ৰচেষ্টা অন্ততঃ তিনিবাৰ পুনৰাবৃত্তি কৰক।
  • যদি স্বামী-স্ত্ৰীৰ মাজত তিক্ততা থাকে তেন্তে মৌৰ বটল এটা ল’ব, পাছত আপোনাৰ আৰু আপোনাৰ সংগীৰ এখন ধুনীয়া ছবি এখন সূতাৰে ৭ বাৰ মেৰিয়াই মোৰ পাত্ৰত ৰাখক। ফটোখন সম্পূৰ্ণৰূপে মৌত ডুবি থাকিব লাগিব। পাছত ইয়াক মন্দিৰৰ যিকোনো ঠাইত ৰাখিব লাগে।
  • স্বামী-স্ত্ৰীয়ে “ওমঃ নম শিৱায়” বা “অম ক্লিম কৃষ্ণায় নম” আদি মন্ত্ৰ জপ কৰিব লাগে। স্বামী-স্ত্ৰীয়ে প্ৰতি বৃহস্পতিবাৰে ৰাম-সীতাৰ মন্দিৰলৈ গৈ প্ৰসাদ আগবঢ়াব লাগে।
  • স্বামী-স্ত্ৰীয়ে প্ৰতি বৃহস্পতিবাৰে তুলসী গছত হালধি মিহলি পানী ঢালি দিব লাগে।
  • শোৱা কোঠাত ৰাধা-কৃষ্ণৰ ছবি এখন ৰাখিলে স্বামী-স্ত্ৰীৰ মাজত ধনাত্মক শক্তি বৃদ্ধি পায়।
  • স্বামী-স্ত্ৰীয়ে প্ৰতি বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব লাগে।

 

(অস্বীকাৰঃ এই লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ ওপৰত টিভি৯ৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ এইসমূহ লক্ষণে দেখা দিছে নেকি? তেন্তে হ’ব পাৰে স্মৃতিশক্তি দুৰ্বল হোৱাৰ কাৰণ…

বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
শৰীৰত বেয়া কলেষ্টেৰল কম কৰে এই ৫ খাদ্যই! জানক সকলো...
ইউৰিক এচিড হ’লে এনে খাদ্য হ’ব পাৰে বিপজ্জনক, অন্যথা হ’ব পাৰে অধিক সমস্যা
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা