বয়স বাগৰিলেও ছালৰ উজ্জ্বলতা ধৰি ৰাখিব ৱাইনে ! সবিশেষ চাওক... | Red Wine Benefits For Skin ; Read More in Assamese Assam news - Assam Tv9

Red Wine: বয়স বাগৰিলেও ছালৰ উজ্জ্বলতা ধৰি ৰাখিব ৱাইনে ! সবিশেষ চাওক…

Published: 

03 Aug 2024 | 08:48 PM

Red Wine Benefits : বয়স কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিন্তু আপোনাৰ স্বাস্থ্যৰ উজ্জ্বলতা আপুনি বজাই ৰাখিব পাৰে । মদ খালে শৰীৰৰ ক্ষতি হয়। কিন্তু কেতিয়াবা সেই মদ্যপানে মুখৰ উজ্জ্বলতা ধৰি ৰখাত সহায় কৰে। এই ক্ষেত্ৰত ৰেড ৱাইন খাব পাৰে ।

1 / 8বয়স কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিন্তু আপোনাৰ স্বাস্থ্যৰ উজ্জ্বলতা আপুনি বজাই ৰাখিব পাৰে ।

বয়স কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিন্তু আপোনাৰ স্বাস্থ্যৰ উজ্জ্বলতা আপুনি বজাই ৰাখিব পাৰে ।

2 / 8

মদ খালে শৰীৰৰ ক্ষতি হয়। কিন্তু কেতিয়াবা সেই মদ্যপানে মুখৰ উজ্জ্বলতা ধৰি ৰখাত সহায় কৰে। এই ক্ষেত্ৰত ৰেড ৱাইন খাব পাৰে ।

3 / 8

আঙুৰৰ ৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ই ছালৰ বাবে উপকাৰী। এই আঙুৰৰ ৰসৰ পৰা ৰেড ৱাইন তৈয়াৰ কৰা হয়। বহুতে ছালৰ উজ্জ্বলতা ধৰি ৰাখিবলৈ নিয়মিতভাৱে ৰেড ৱাইন খায়।

4 / 8

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এক অধ্যয়নত ৰেড ৱাইনৰ সৈতে জড়িত স্বাস্থ্য উপকাৰিতাৰ তথ্য পোহৰলৈ আহিছিল।

5 / 8

ৰেড ৱাইনত ‘ৰেচভেৰাট্ৰল’ নামৰ পদাৰ্থ থাকে। ই এক বিশেষ প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। কেৱল ছালেই নহয়, এই পদাৰ্থই আন বহুতো কঠিন ৰোগ নিৰাময়ত সহায় কৰে।

6 / 8

এই ধৰণৰ ৱাইন অকাল বাৰ্ধক্য ৰোধ কৰাত অতি উপকাৰী। ৰেড ৱাইনে কলাজেন উৎপাদন বৃদ্ধি কৰে। যিয়ে ছালখন জীয়াই ৰখাত সহায় কৰে।

7 / 8

ৰেড ৱাইনে কেন্সাৰ আৰু কলেষ্টেৰল সম্পৰ্কীয় ৰোগ নিৰাময় কৰাত সহায় কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণতো ৰেচভেৰাট্ৰলে বিশেষ ভূমিকা পালন কৰে। ওজন কমাবলৈও ৰেড ৱাইন অতি ফলপ্ৰসূ।

8 / 8

ৰেড ৱাইন উপকাৰী হোৱাৰ বাবেই যদি আপুনি অতিৰিক্ত খাবলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ ক্ষতি হ’ব । ডাক্তৰৰ পৰামৰ্শ মতে সপ্তাহত ২-৩ দিন ৰেড ৱাইন সেৱন কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...