হঠাতে মূৰৰ বিষ, এই সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? | Migraines: Simple steps to head off the pain; Read more in Assamese Assam news - Assam Tv9

Migraine : হঠাতে মূৰৰ বিষ, এই সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? জানক

Published: 

30 Jul 2024 | 08:33 PM

মূৰৰ বিষ কি হোৱা সকলেহে বুজি পায়। বিষটো মূৰৰ এফালৰ পৰা আৰম্ভ হৈ গোটেই মূৰটোলৈ বিয়পি পৰে । সুস্থ জীৱনশৈলী মানি চলিলে মূৰৰ বিষৰ পৰা সকাহ পাব পাৰি। মূৰৰ বিষ হ'লে কি কৰিব ? জানক

1 / 7মূৰৰ বিষ কি হোৱা সকলেহে বুজি পায়। বিষটো মূৰৰ এফালৰ পৰা আৰম্ভ হৈ গোটেই মূৰটোলৈ বিয়পি পৰে ।

মূৰৰ বিষ কি হোৱা সকলেহে বুজি পায়। বিষটো মূৰৰ এফালৰ পৰা আৰম্ভ হৈ গোটেই মূৰটোলৈ বিয়পি পৰে ।

2 / 7

মাইগ্ৰেইন কেনেকৈ নিয়ন্ত্ৰণ কৰিব ! সুস্থ জীৱনশৈলী মানি চলিলে মূৰৰ বিষৰ পৰা সকাহ পাব পাৰি।

3 / 7

মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ অভ্যাস কৰক। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। মানসিক চাপ কমাব। ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকক।

4 / 7

কৰ্মস্থলীত বা ভ্ৰমণত হঠাতে মাইগ্ৰেইন হ’লে ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে।

5 / 7

মাইগ্ৰেইনৰ বিষ আৰম্ভ হ’লে মোবাইল, কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণ বা পোহৰলৈ নাচাব। লগতে আদা, নেমু দি চাহ উতলাই খাওক।

6 / 7

মূৰৰ বিষ আৰম্ভ হ’লে ঠাণ্ডা কম্প্ৰেছ লগাব লাগে। ডিঙি আৰু মূৰত ঠাণ্ডা কম্প্ৰেছ লগালে মাইগ্ৰেইনৰ বিষ কমিব পাৰে।

7 / 7

এই টিপছে সামগ্ৰিকভাৱে মূৰৰ বিষ কম কৰিব। কিন্তু এবাৰ মাইগ্ৰেইনৰ বিষ আৰম্ভ হ’লেই কিছুদিনলৈকে থাকে। এই সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...