গৰ্ভৱতী মহিলাৰ বাবে কচু অতি উপকাৰী, ইয়াত কি কি গুণ আছে জানক... | kosu: colocasia health benefits in assamese Assam news - Assam Tv9

গৰ্ভৱতী মহিলাৰ বাবে কচু অতি উপকাৰী, ইয়াত কি কি গুণ আছে জানক…

Updated On: 

20 Aug 2024 | 10:59 PM

কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে । আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় । অসমীয়া সমাজৰ পৰম্পৰাগত কচু শাকৰ আঞ্জাৰ জুতি এবাৰ ল'লে, সেই জুতি কেতিয়াও পাহৰিব নোৱাৰে। ইয়াত কি কি গুণ আছে জানক...

1 / 8কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে । আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় ।

কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে । আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় ।

2 / 8

অসমীয়া সমাজৰ পৰম্পৰাগত কচু শাকৰ আঞ্জাৰ জুতি এবাৰ ল'লে, সেই জুতি কেতিয়াও পাহৰিব নোৱাৰে।

3 / 8

কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন A, আইৰণ, ভিটামিন B6 আৰু ফলেট (folate)আদি উপাদান থাকে। ই দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী ।

4 / 8

কলেষ্টৰেলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়। ইয়াত থকা মিথিয়নিন (methionine) আৰু আঁহে কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড(triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

5 / 8

6 / 8

ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

7 / 8

কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে ।

8 / 8

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...