বহি থাকোঁতে টোপনি লাগে নেকি? এই ৫টা সহজ টিপছ অনুসৰণ কৰক…

অফিচত বহি থকা সময়ত হঠাৎ টোপনি লাগে নেকি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। বহু সময়ত এনেকুৱা হয় যে টোপনি অহাৰ বাবে চকুৰ পৰা পানী ওলাই আহে। 

বহি থাকোঁতে টোপনি লাগে নেকি? এই ৫টা সহজ টিপছ অনুসৰণ কৰক...

টোপনি

Published: 

25 Jul 2025 | 11:09 AM

প্ৰায়ভাগ লোকে পুৱা অফিচলৈ সতেজ হৈ আহে। কিন্তু দুপৰীয়াৰ সময় লগে লগে টোপনি লাগে। ঘৰতে হওকে বা অফিচত বহি কাম কৰি থাকোতে টোপনি লাগে। এনে পৰিস্থিতিত ইয়াৰ সমাধান কি? এই ক্ষেত্ৰত কিছুমান সহজ টিপছ ব্যৱহাৰ কৰিলে আপোনাৰো চকুৰ পৰা টোপনি নোহোৱা হৈ যাব। যদি বিশ্বাস অহা নাই তেন্তে আজিয়েই এই টিপছবোৰৰ অনুসৰণ কৰিব পাৰে ।

অফিচত বহি থকা সময়ত হঠাৎ টোপনি লাগে নেকি? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। বহু সময়ত এনেকুৱা হয় যে টোপনি অহাৰ বাবে চকুৰ পৰা পানী ওলাই আহে।  ইয়াৰ বাবে আপুনি বছৰ পৰা কথা শুনিব পাৰে বা সহকৰ্মীসকলৰ হাঁহিৰ পাত্ৰ হ’ব পাৰে।

  • টোপনি ভাঙিবলৈ আপুনি কফি খাব পাৰে। কফিত কেফেইন থাকে, যাৰ ফলত বহু সময়লৈ টোপনি নাহে। সময় পালে দোকানলৈ গৈ কফি খাব পাৰে।
  •  টোপনি অহাৰ লগে লগে চকীৰ পৰা উঠিব। কামৰ চাপ বেছি নাথাকিলে অফিচৰ ভিতৰত বা বাহিৰত ক’ৰবাত যাব পাৰে।
  • অফিচত যদি বহুত টোপনি যায় তেন্তে আপুনি কৰা কামৰ ধৰণ সলনি কৰিব পাৰে। আপুনি কৰি থকা কামটো এৰি আন কিবা এটা কৰিব লাগে।
  • কামৰ ধৰণ সলনি কৰিলে আপোনাৰ কামটো ভাল হ’ আৰম্ভ কৰিব আৰু অলপ হ’লেও টোপনি কমি যাব।
  • টোপনি ভাঙিবলৈ আপুনি দাঁত ব্ৰাছ কৰিব পাৰে। এই কথা শুনি বহুতে হয়তো আচৰিত হ’ব। কিন্তু এনে কৰিলে টোপনি নাহে।

লগতে পঢ়ক: ভাগ্যৱান আৰু ধনী হোৱাৰ ১০টা নিশ্চিত উপায় জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...