Dandruff Problem: উফিৰ সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে নেকি? তেন্তে এই ঘৰুৱা সমাধান কেৱল আপোনাৰ বাবে…

সকলোৱে নিজৰ চুলিখিনিৰ যতন লবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। উফিয়ে আনৰ সন্মুখত লাজ অনুভৱ কৰোৱাই নহয়, চুলি সৰা আৰু পাতলৰ দৰে সমস্যাৰ সৃষ্টি কৰে। উফি এক প্ৰকাৰৰ ভেঁকুৰ আৰু দীৰ্ঘদিন ধৰি যত্ন লোৱা নহ’লে মূৰৰ ছাল আৰু চুলিৰ বহু ক্ষতি হয়।

Dandruff Problem: উফিৰ সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে নেকি? তেন্তে এই ঘৰুৱা সমাধান কেৱল আপোনাৰ বাবে...

উফিৰ সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে নেকি?

Published: 

29 Jul 2025 | 07:42 PM

বহু লোকৰ উফি সমস্যা থাকে। গ্ৰীষ্ম হওক বা শীত হওক, ইয়াৰ পৰা উপশম পোৱাটো কঠিন হৈ পৰে। যাৰ বাবে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু তেলতেলীয়া আৰু পাতল দেখা যায়। যদি আপুনি উফিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে সহজতে ঘৰতে এইসমূহ উপায় অৱলম্বন কৰি চুলি সৰা ৰোধ কৰাৰ লগতে উফিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

সকলোৱে নিজৰ চুলিখিনিৰ যতন লবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। উফিয়ে আনৰ সন্মুখত লাজ অনুভৱ কৰোৱাই নহয়, চুলি সৰা আৰু পাতলৰ দৰে সমস্যাৰ সৃষ্টি কৰে। উফি এক প্ৰকাৰৰ ভেঁকুৰ আৰু দীৰ্ঘদিন ধৰি যত্ন লোৱা নহ’লে মূৰৰ ছাল আৰু চুলিৰ বহু ক্ষতি হয়।

উপায়

  • ভ্ৰৃংগৰাজ, কেশৰাজ, আমলখি, ছালকুঁৱৰী সমপৰিমাণত মিহলাই গুৰি কৰি প্ৰতিদিনে চুলিত সানিলে চুলি সৰা সমস্যাটো ৰোধ হয়। কৰ্পূৰৰ এন্টি-বেক্টেৰিয়েল গুণ আছে, সেয়েহে ই মূৰৰ ছালৰ পৰা উফি পৰিষ্কাৰ কৰাৰ লগতে খজুৱতি, ছালৰ বিভিন্ন সমস্যা আদিৰ পৰাও উপশম দিয়ে।
  • কৰ্পূৰ আপোনাৰ চুলিৰ বাবে উপকাৰী। ই চুলিৰ গুৰিৰ বাবে উপকাৰী, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে ৷
  • উফিৰ পৰা পৰিত্ৰাণ পাবলৈ মূৰৰ ছালত টেঙা দৈ লগাব পাৰে। ইয়াৰ ফলত চুলিও চিকচিকিয়া আৰু কোমল হৈ পৰিব।
  • উফিৰ পৰা পৰিত্ৰাণ পোৱাত নেমু ফলপ্ৰসূ। সৰিয়হ বা নাৰিকল তেলৰ লগত মিহলাই মূৰৰ ছালত লগাব আৰু এঘণ্টাৰ পৰা ডেৰ ঘণ্টাৰ পিছত চুলি ধুব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...