টোপনিৰ সমস্যা, ৰাতি ভাল টোপনি আহিবলৈ কি কৰিব...জানক | How to cure insomnia; Read More in Assamese Assam news - Assam Tv9

টোপনিৰ সমস্যা, ৰাতি ভাল টোপনি আহিবলৈ কি কৰিব…জানক

Updated On: 

02 Sep 2024 | 08:30 PM

ৰাতি ঘণ্টাৰ পিছত ঘণ্টা বিচনাত পৰি থকাৰ পিছতো টোপনি নাহে? অত্যধিক মানসিক চাপেও অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে। বহুতে ৰাতি শুবলৈ টোপনিৰ বড়ি খায়। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ইতিবাচক নহয় । ৰাতি ভাল টোপনি আহিবলৈ কি কৰিব...জানক

1 / 8ৰাতি ঘণ্টাৰ পিছত ঘণ্টা বিচনাত পৰি থকাৰ পিছতো টোপনি নাহে? অত্যধিক মানসিক চাপেও অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে। বহুতে ৰাতি শুবলৈ টোপনিৰ বড়ি খায়। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ইতিবাচক নহয় ।

ৰাতি ঘণ্টাৰ পিছত ঘণ্টা বিচনাত পৰি থকাৰ পিছতো টোপনি নাহে? অত্যধিক মানসিক চাপেও অনিদ্ৰাৰ সৃষ্টি কৰিব পাৰে। বহুতে ৰাতি শুবলৈ টোপনিৰ বড়ি খায়। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ইতিবাচক নহয় ।

2 / 8

দুপৰীয়াৰ পাছত কফি নাখাব –অতিৰিক্ত কেফেইনে টোপনি হ্ৰাস কৰে । গতিকে যদি আপুনি অনিদ্ৰাত ভুগিছে ​​তেন্তে দুপৰীয়া কফি খোৱাৰ পৰা আঁতৰি থাকক ।

3 / 8

নিয়মীয়া ব্যায়ামৰ ফলত টোপনি ভাল হ’ব পাৰে। কিন্তু ঘৰতে ব্যায়াম কৰক, যদি জিমলৈ যোৱা বা সাঁতোৰৰ অভ্যাস আছে তেন্তে সেই কাম ৰাতিপুৱা কৰক। ভাগৰুৱা শৰীৰ লৈ জিম বা ব্যায়াম নকৰিব ।

4 / 8

অনিদ্ৰাৰ সমস্যা হ’লে মদ্যপান কৰিলে অলপ টোপনি আহিব পাৰে। কিন্তু মদ্যপান অত্যাধিক কৰিলে টোপনি হ্ৰাস পায় ।

5 / 8

দিনটোত জিৰণিৰ বাবে সময় উলিয়াব । কুহুমীয়া পানীত গা ধুব লাগে। গৰম চাহ খাব, ই ভাগৰ দূৰ কৰিব। ৰাতিও টোপনি ভাল হ’ব।

6 / 8

যৌন সম্পৰ্কৰ সময়ত প্ৰ’লেক্টিন হৰম’ন নিঃসৰণ হয়। এইটোৱেই হৈছে কাডল ​​হৰম’ন। টোপনিৰ সময়ত এই হৰম’নৰ মাত্ৰা অধিক হয়। নিয়মিত যৌন সম্পৰ্কই ভাল টোপনি অহাত সহায়।

7 / 8

বিচনাত ফোন, লেপটপ, আইপেড লৈ শুব নালাগে। অনিদ্ৰাত ভুগিলে বহুতে ৰাতি ফোনত ডিজিটেল মেডিয়া চাবলৈ আৰম্ভ কৰে। ই টোপনি বেয়া কৰে।

8 / 8

নিয়মিত ধ্যান কৰিলে অনিদ্ৰাৰ সমস্যা হ্ৰাস পাব। ধ্যানে আমাৰ মনটোক স্থিৰ কৰে আৰু আপোনাক সুস্থ মনৰ অধিকাৰী কৰি তুলিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...