দিনটোৰ ভিতৰত কিমান চামুচ চেনি খাব লাগে ? জানক | How Much Sugar Should You Eat Per Day Assam news - Assam Tv9

দিনটোৰ ভিতৰত কিমান চামুচ চেনি খাব লাগে ? জানক

Published: 

26 Aug 2024 | 09:01 PM

চেনি আমাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী নহয় । ডায়েবেটিছৰ ৰোগীৰ বাবে চেনিয়ে বিপদ মাতিব পাৰে । মিঠা অতিৰিক্তভাৱে খালে আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । জানক দিনটোত কিমান চামুচ চেনি খাব লাগে...

1 / 8চেনি আমাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী নহয় । ডায়েবেটিছৰ ৰোগীৰ বাবে চেনিয়ে বিপদ মাতিব পাৰে ।

চেনি আমাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী নহয় । ডায়েবেটিছৰ ৰোগীৰ বাবে চেনিয়ে বিপদ মাতিব পাৰে ।

2 / 8

মিঠা অতিৰিক্তভাৱে খালে আমাৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

3 / 8

যিবোৰ খাদ্যত চেনি বেছি থাকে, সেইবোৰ খাদ্য কেতিয়াও অতিৰিক্তভাৱে খাব নালাগে। ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

4 / 8

চেনিয়ে ডায়েবেটিছ আৰু কেন্সাৰৰ দৰে জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

5 / 8

সেয়েহে চেনি একেবাৰে পৰিহাৰ নকৰিলেও নিৰ্দিষ্ট পৰিমাণত চেনি খাব লাগে ।

6 / 8

দিনটোত কিমান চামুচ চেনি খাব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ জীৱনশৈলী আৰু শাৰীৰিক অৱস্থাৰ ওপৰত।

7 / 8

চেনিত কেলৰি থাকে । গতিকে দৈনন্দিন জীৱনৰ কাম-কাজ কৰিবলৈ, শাৰীৰিকভাৱে সক্ৰিয় হ’বলৈ কেলৰিৰ প্ৰয়োজন হয়। এজন সুস্থ ব্যক্তিক প্ৰতিদিনে প্ৰয়োজন হোৱা কেলৰিৰ ১০ শতাংশ চেনিৰ পৰা পাব পাৰে ।

8 / 8

স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিদিনে ৩-৫ চামুচতকৈ বেছি চেনি খাব নালাগে। ই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...