এজন সুস্থ ব্যক্তিয়ে দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰিব লাগে? জানক | How many times a day should a person pee ? Details in Assamese Assam news - Assam Tv9

আপোনাৰ সঘনাই প্ৰস্ৰাৱ লগাৰ সমস্যা আছে নেকি ? যদি আছে চিকিৎসকৰ পৰামৰ্শ লওক…

Published: 

17 Aug 2024 | 08:18 PM

শৰীৰৰ ৰোগৰ বিষয়ে জানিবলৈ প্ৰায়ে প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰয়োজন হয়। বিশেষকৈ যদি বৃক্কৰ ৰোগ হয় তেন্তে প্ৰস্ৰাৱ পৰীক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ। কেৱল প্ৰস্ৰাৱৰ ৰং নহয়, দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে সেয়াও অতি গুৰুত্বপূৰ্ণ। সঘনাই প্ৰস্ৰাৱ লাগিলে গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে!

1 / 8শৰীৰৰ ৰোগৰ বিষয়ে জানিবলৈ প্ৰায়ে প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰয়োজন হয়। বিশেষকৈ যদি বৃক্কৰ ৰোগ হয় তেন্তে প্ৰস্ৰাৱ পৰীক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ।

শৰীৰৰ ৰোগৰ বিষয়ে জানিবলৈ প্ৰায়ে প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰয়োজন হয়। বিশেষকৈ যদি বৃক্কৰ ৰোগ হয় তেন্তে প্ৰস্ৰাৱ পৰীক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ।

2 / 8

3 / 8

স্বাস্থ্য বিশেষজ্ঞৰ মতে, এগৰাকী সুস্থ লোকে দিনটোত ৩ৰ পৰা ৩.৫ লিটাৰ পানী খাব লাগে। চাৰি ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক। কিন্তু বিশেষ ক্ষেত্ৰত দিনটোত ৫-৬ বাৰ প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক বুলি ধৰা হয়।

4 / 8

কিন্তু দিনটোত ৮-১০ বাৰ প্ৰস্ৰাৱ কৰাটো একেবাৰেই ভাল লক্ষণ নহয়। সঘনাই প্ৰস্ৰাৱ কৰাটো ডায়েবেটিছৰ লক্ষণ, তেজত চুগাৰৰ পৰিমাণ বেছি হ’লে সঘনাই প্ৰস্ৰাৱ লাগে ।

5 / 8

শৰীৰৰ পৰা চুগাৰ আঁতৰাবলৈ বৃক্কত হেঁচা দিয়াৰ বাবে দিনটোত সঘনাই প্ৰস্ৰাৱ লাগে ।

6 / 8

তেজত চুগাৰৰ সমস্যা আছে নে নাই সেইটো জানিবলৈ ডায়েবেটিছ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। কিন্তু সঘনাই প্ৰস্ৰাৱ কৰিলে বৃক্কৰ সমস্যাৰো ইংগিত পোৱা যাব পাৰে ।

7 / 8

ইউটিআই অৰ্থাৎ ইউনিটাৰী ট্ৰেক্ট ইনফেকচনৰ ক্ষেত্ৰত সঘনাই প্ৰস্ৰাৱ লাগে আৰু পেটৰ তলৰ অংশত জ্বলা-পোৰা কৰে ।

8 / 8

সঘনাই প্ৰস্ৰাৱ কৰিলে মূত্ৰাশয়ৰ সমস্যা হ’ব পাৰে । আকৌ সঘনাই প্ৰস্ৰাৱ কৰাটো জটিল বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...