Valentine’s Day 2025 : যদি আপুনিও এই ভেলেণ্টাইন ডে’ক স্মৰণীয় কৰি তুলিব বিচাৰে তেন্তে এনেদৰে কৰক উদযাপন

ভেলেণ্টাইন ডে' হৈছে প্ৰিয়জনক অন্তৰেৰে মৰম প্ৰকাশ কৰা। এই দিনটোৱেই আপোনাৰ সম্পৰ্কক শক্তিশালী আৰু ৰোমান্টিক কৰি তোলে। এইদৰে আপুনি আপোনাৰ সংগীৰ বাবে ভেলেণ্টাইন ডে’ক বিশেষ কৰি তুলিব পাৰে।

Valentine’s Day 2025 : যদি আপুনিও এই ভেলেণ্টাইন ডে’ক স্মৰণীয় কৰি তুলিব বিচাৰে তেন্তে এনেদৰে কৰক উদযাপন

২. “তোমাৰ অবিহনে মোৰ পৃথিৱীখন অসম্পূৰ্ণ, প্ৰতিদিনে তোমাৰ লগত নতুনৰ দৰে অনুভৱ হয়।” ইয়াৰ উপৰিও আপুনি আন এটা ৰোমান্টিক উত্তৰ দিব পাৰে- ৩. “তোমাৰ লগত প্ৰতিটো মুহূৰ্ত বিশেষ, কাৰণ তুমি মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া কাহিনী।”

Updated On: 

13 Feb 2025 | 11:00 PM

ফেব্ৰুৱাৰী মাহত প্ৰেমৰ মাহ বুলি কোৱা হয়, তেন্তে ভুল নহ’ব, কাৰণ ৭ তাৰিখৰ পৰা ১৪ তাৰিখলৈ ভেলেণ্টাইন সপ্তাহ পালন কৰা হয়। যাৰ বাবে প্ৰেমিক-প্ৰেমিকাই আগ্ৰহেৰে অপেক্ষা কৰে। ১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ত মানুহে নিজৰ সংগীৰ প্ৰতি মৰম প্ৰকাশ কৰে আৰু ইজনে সিজনৰ লগত সময় কটায়। সকলোৱে এই দিনটোক বিশেষ কৰি তুলিবলৈ চেষ্টা কৰে।

যদি আপুনিও আপোনাৰ সংগীৰ বাবে ভেলেণ্টাইন ডে’ক বিশেষ কৰি তুলিব বিচাৰে। এই দিনটোক বিশেষ আৰু স্মৰণীয় কৰি তুলিবলৈ আমি কিছু বিশেষ টিপছ দিম, যিয়ে আপোনাৰ ভেলেণ্টাইন ডে’বিশেষ কৰি তোলাত সহায় কৰিব।

নিজৰ অনুভৱ প্ৰকাশ কৰক

কেৱল আপোনাৰ সংগীক উপহাৰ দিয়াটোৱেই যথেষ্ট নহয়, তেওঁৰ ওচৰত আপোনাৰ মৰম প্ৰকাশ কৰক। আপুনি এখন মৰমলগা কাৰ্ড লিখিব পাৰে য’ত আপুনি আপোনাৰ হৃদয়ৰ কথাখিনি তাত লিখিব পাৰে। শব্দতকৈ এইটো অধিক ফলপ্ৰসূ হ’ব।

বিশেষ নিশাৰ আহাৰ

আপুনি আপোনাৰ সংগীৰ সৈতে এখন ধুনীয়া ৰেষ্টুৰেণ্টত নিশাৰ আহাৰ বা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি ভিৰ কৰা ঠাইলৈ যাবলৈ ভাল নাপায়, তেন্তে ঘৰতে দুপৰীয়া বা নিশাৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে।

একেলগে সময় কটাওক

কেতিয়াবা প্ৰিয়মানুহজন বা মানুহজনীৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰটো হ’ল ব্যক্তিগত সময় কটোৱাটো। গতিকে ভেলেণ্টাইন ডে’ক বিশেষ কৰি তুলিবলৈ সংগীৰ সৈতে একেলগে সময় কটাওক। এই দিনটোত চিনেমা চাবলৈ যাব পাৰে বা কোনো নতুন ঠাই চাবলৈ যাব পাৰে।

প্ৰেম পত্ৰ

প্ৰেম পত্ৰ হৈছে সদায় বিশেষ। আপোনাৰ সংগীৰ বাবে এখন কাৰ্ড বনাওক, য’ত তেওঁৰ লগত কটোৱা মুহূৰ্তবোৰৰ বিষয়ে আৰু তেওঁৰ প্ৰশংসাত কেইটামান শব্দ লিখিব পাৰিব। সেই পত্ৰ পঢ়াৰ পিছত তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই দিব। সদায় নিজৰ লগত ৰাখিব লাগে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...