যদি আপুনি চেলৱাৰ পিন্ধি ভাল পায় তেন্তে অদিতি ৰাওৰ দৰে পোছাক পিন্ধিব পাৰে, স্মাৰ্ট দেখাৰ উপৰিও লাগিব আকৰ্ষণীয় Assam news - Assam Tv9

যদি আপুনি চেলৱাৰ পিন্ধি ভাল পায় তেন্তে অদিতি ৰাওৰ দৰে পোছাক পিন্ধিব পাৰে, স্মাৰ্ট দেখাৰ উপৰিও লাগিব আকৰ্ষণীয়

Published: 

02 Jun 2024 | 01:54 PM

গৰম দিনত সাজ-পোছাক পৰিধান কৰাত ষথেষ্ঠ সচেতন হ'ব লাগে।

1 / 5অভিনেত্ৰী অদিতি ৰাও হাইদাৰীৰ লুক যথেষ্ট ক্লাছি। সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ৱেব ছিৰিজ হীৰামন্দিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।

অভিনেত্ৰী অদিতি ৰাও হাইদাৰীৰ লুক যথেষ্ট ক্লাছি। সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ৱেব ছিৰিজ হীৰামন্দিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।

2 / 5

এই বগা ফুলৰ প্ৰিন্ট চুটত অভিনেত্ৰী অদিতি ৰাও হাইদাৰীক ৰাজকুমাৰীতকৈ কম দেখা নাই। এনে চুটে অতি চহকী ৰূপ দিয়ে আৰু পিন্ধিলে গধুৰ অনুভৱ নহয়। কিবা এটা অনুষ্ঠানত বা বিয়াত এই ধৰণৰ দীঘল কুৰ্তি পিন্ধিব পাৰে।

3 / 5

অফিচৰ বাবে কিছুমান এম্ব্ৰয়ডাৰী চুট লৈ যাব পাৰে। অৱশ্যে মাত্ৰ এটা কথা মনত ৰাখিব যে ইয়াত বেছি গধুৰ আৰু চিকচিকিয়া কাম থাকিব নালাগে আৰু চুটৰ ৰং পাতল হ’ব লাগে। অদিতি ৰাও হায়দাৰীৰ এই ছুট লুকটোৰ পৰাই আইডিয়া ল’ব পাৰি।

4 / 5

এই বগা ফুলৰ প্ৰিন্ট চুটত অভিনেত্ৰী অদিতি ৰাও হাইদাৰীক ৰাজকুমাৰীতকৈ কম দেখা নাই। এনে চুটে অতি চহকী ৰূপ দিয়ে আৰু পিন্ধিলে গধুৰ অনুভৱ নহয়। কিবা এটা অনুষ্ঠানত বা বিয়াত এই ধৰণৰ দীঘল কুৰ্তি পিন্ধিব পাৰে।

5 / 5

অদিতি ৰাওৰ এই লুকটো যথেষ্ট সচেতন। অফিচৰ বাবে নন-প্ৰিণ্টেড কাপোৰেৰে নিৰ্মিত দীঘল দীঘল কুৰ্টিও পাব পাৰে। ইয়াক ফুলৰ প্ৰিন্টৰ ডুপাটাৰ সৈতে যোৰ কৰক। কম গহনাৰে লুকটো মাৰ্জিত দেখা যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...