হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কেনেধৰণৰ খাদ্য তালিকাত ৰাখিব...চাওক | Heart Patients Diet in Assamese Assam news - Assam Tv9

Heart Patients Diet : হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কেনেধৰণৰ খাদ্য তালিকাত ৰাখিব…চাওক

Published: 

20 Aug 2024 | 09:19 PM

বহু সময়ত প্ৰতিজন হৃজৰোগীয়ে অনুভৱ কৰে যে, তেওঁলোকে কেনে ধৰণৰ খাদ্য খাব বা কেনেধৰণৰ খাদ্যই হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰিব । কাৰ্বহাইড্ৰেট, ফেট কম থকা খাদ্য দৈনিক খাদ্য তালিকাত ৰাখক। এই খাদ্যই শৰীৰক সুস্থ কৰি ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰে। জানক কি কি খাদ্য খাব ...

1 / 8শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে বিভিন্ন ৰোগৰ কাৰণ হ’ব পাৰে । ই হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে ।

শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে বিভিন্ন ৰোগৰ কাৰণ হ’ব পাৰে । ই হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে ।

2 / 8

হৃদৰোগত আক্ৰান্ত লোকসকলে শৰীৰৰ অতিৰিক্ত চৰ্বি আঁতৰোৱা ওপৰত গুৰুত্ব দিব লাগিব ।

3 / 8

ইয়াৰ বাবে আপুনি খাদ্যাভ্যাসৰ ওপৰতো গুৰুত্ব দিব লাগিব । যাতে আপোনাৰ শৰীৰত অতিৰিক্ত চৰ্বি জমা নহয় ।

4 / 8

বহু সময়ত প্ৰতিজন হৃজৰোগীয়ে অনুভৱ কৰে যে, তেওঁলোকে কেনে ধৰণৰ খাদ্য খাব বা কেনেধৰণৰ খাদ্যই হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰিব ।

5 / 8

কাৰ্বহাইড্ৰেট, ফেট কম থকা খাদ্য দৈনিক খাদ্য তালিকাত ৰাখক। এই খাদ্যই শৰীৰক সুস্থ কৰি ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

6 / 8

আপেল, কমলা, মচুৰ দাইল, ব্ৰকলি, সেউজীয়া শাক-পাচলি, ব্ৰাউন ৰাইচ আদি কম গ্লাইচেমিক সূচকাংকযুক্ত খাদ্য অধিক অন্তৰ্ভুক্ত কৰক।

7 / 8

গ্লাইচেমিক ইনডেক্স বেছি থকা খাদ্য পৰিহাৰ কৰক। তেতিয়া হৃদৰোগৰ লগতে ডায়েবেটিছ আৰু কলেষ্টেৰলৰ আশংকাও কমি যাব।

8 / 8

গ্লাইচেমিক সূচকাংক আৰু চৰ্বি কম থকা খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা কম হয়। হৃদৰোগৰ পৰাও সকাহ পাব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...