হৃদৰোগৰ সমস্যা আঁতৰিব, প্ৰতিদিনে খোৱা অভ্যাস কৰক এইসমূহ সামগ্ৰী!

কিছুমান ক্ষেত্ৰত হৃদযন্ত্ৰৰ বিকলতা, ষ্ট্ৰোক বা হঠাৎ হৃদযন্ত্ৰ বন্ধ হোৱাৰ দৰে গুৰুতৰ অৱস্থাও হ’ব পাৰে। সেইবাবেই সময়মতে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে খাদ্যাভ্যাসত সালসলনি কৰাৰ ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয়।

হৃদৰোগৰ সমস্যা আঁতৰিব, প্ৰতিদিনে খোৱা অভ্যাস কৰক এইসমূহ সামগ্ৰী!

হৃদৰোগৰ সমস্যা আঁতৰিব

Published: 

24 Oct 2025 | 09:14 PM

ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মানুহে স্বাস্থ্যৰ যতন লোৱা কম কৰিছে। আজিকালি মানুহে শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি দিনটো একে ঠাইতে বহি থাকে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু অবিৰতভাৱে কাম কৰাৰ অভ্যাসে হৃদৰোগ সমস্যা বৃদ্ধি কৰে। জাংক ফুড, প্ৰচেছড মাংস, অত্যধিক নিমখ, চেনি সেৱন, ধূমপান, মদ্যপান আদি বস্তুৰ প্ৰত্যক্ষ প্ৰভাৱ হৃদযন্ত্ৰত পৰে। ইয়াৰ লগতে মানসিক চাপ আৰু টোপনিৰ অভাৱে হৃদযন্ত্ৰকো দুৰ্বল কৰি তোলে। কিছুমান ক্ষেত্ৰত হৃদযন্ত্ৰৰ বিকলতা, ষ্ট্ৰোক বা হঠাৎ হৃদযন্ত্ৰ বন্ধ হোৱাৰ দৰে গুৰুতৰ অৱস্থাও হ’ব পাৰে। সেইবাবেই সময়মতে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে খাদ্যাভ্যাসত সালসলনি কৰাৰ ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয়।

আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক

হৃদৰোগৰ পৰা হাত সাৰিবলৈ খাদ্যাভ্যাস আটাইতকৈ দৰকাৰী। সঠিক খাদ্যই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাই নহয়, ব্লকৰ দৰে সমস্যাও হ্ৰাস কৰিব পাৰে।

  • বাদাম আৰু আখৰোটত স্বাস্থ্যকৰ চৰ্বি আৰু ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে হৃদযন্ত্ৰক পুষ্টি প্ৰদান কৰে।
  • ফল-মূল আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে যিয়ে হৃদযন্ত্ৰৰ শিৰা পৰিষ্কাৰ কৰাত সহায় কৰে।
  • ইয়াত অধিক আঁহ থাকে, যাৰ ফলত বেয়া কলেষ্টেৰল হ্ৰাস পায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
  • ইয়াত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট আৰু লাইকোপিন আদি উপাদান থাকে, যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী।
  • মাংসৰ ঠাইত কম চৰ্বিযুক্ত বিকল্প যেনে চোয়া আৰু টোফু ব্যৱহাৰ কৰক, যিয়ে কলেষ্টেৰল বৃদ্ধি নকৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...