স্বাস্থ্যৰ বাবে অতি উপকাৰী এই কেইবিধ চাউল পাকঘৰত ৰাখক…জানি লওক
ভাত অসমীয়া সমাজৰ প্ৰধান খাদ্য । কিন্তু বহুতে ওজন বৃদ্ধি হোৱাৰ ভয়ত ভাত নাখায় । ডায়েবেটিছ ৰোগীয়েও ভাত খাবলৈ ভয় কৰে। চাউলত কাৰ্বহাইড্ৰেট বেছি থাকে। গতিকে বহুতে এই খাদ্য পৰিহাৰ কৰে। কিন্তু ভাতৰ পৰা শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি। কাৰ্বহাইড্ৰেট, কেলৰিৰ লগতে চাউলত আঁহ, প্ৰটিন, চৰ্বি, ষ্টাৰচ, ভিটামিন বি, আইৰণ, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। গতিকে স্বাস্থ্যৰ বাবে উপকাৰী এই কেইবিধ পাকঘৰত ৰাখক...
1 / 8

2 / 8
3 / 8
4 / 8
5 / 8
6 / 8
7 / 8
8 / 8