নিশা ফুৰিবলৈ গ'লে পিন্ধক ৰাধিকা আপ্তেৰ দৰে পোছাক, আপোনাকো দেখাব গ্লেমাৰাছ | Dress up like Radhika Apte when you go for a night outing Assam news - Assam Tv9

নিশা ফুৰিবলৈ গ’লে পিন্ধক ৰাধিকা আপ্তেৰ দৰে পোছাক, আপোনাকো দেখাব গ্লেমাৰাছ

Published: 

16 Aug 2024 | 10:12 PM

Radhika Apte Fashion: বলীউডৰ অভিনেত্ৰী ৰাধিকা আপ্তে অভিনয়ৰ লগতে ষ্টাইলিছ লুকৰ বাবেও পৰিচিত। ৰাধিকা আপ্তে নিজৰ ছ’চিয়েল মিডিয়াতো গ্লেমাৰাছ ফটো শ্বেয়াৰ কৰি থাকে।

1 / 5Dresses for Night Out: বলীউডৰ অভিনেত্ৰী ৰাধিকা আপ্তে অতি ধুনীয়া। তেওঁৰ শক্তিশালী চেহেৰাটোৱে সকলোকে মুগ্ধ কৰে।

Dresses for Night Out: বলীউডৰ অভিনেত্ৰী ৰাধিকা আপ্তে অতি ধুনীয়া। তেওঁৰ শক্তিশালী চেহেৰাটোৱে সকলোকে মুগ্ধ কৰে।

2 / 5

নিশা বন্ধু বান্ধৱীৰ সৈতে ফুৰিবলৈ গ'লে এনে কাপোৰ পৰিধাণ কৰিব পাৰে।

3 / 5

যদি আপুনি কিবা এটা সাধাৰণ পিন্ধিব বিচাৰে তেন্তে ৰাধিকা আপ্তেৰ এই বিশেষ সাজ-পোছাক আপুনি অনুসৰণ কৰিব পাৰে।

4 / 5

গ্লেমাৰাছ লুক দিবলৈ কিছুমান সাধাৰণ সাজ-পোছাকে যথেষ্ট। ৰাধিকাৰ এই ৰূপটোৱে সকলোকে আকৰ্ষিত কৰে। আপুনি কৰোবালৈ গ'লে এই পোছাক পিন্ধিব পাৰে।

5 / 5

ৰাধিকা আপ্তেৰ এই ৰঙা অফ শ্বোল্ডাৰ শ্বৰ্ট টপ আৰু ষ্ট্ৰেইট হাই ৱেষ্ট ট্ৰাউজাৰ লুকে সকলোকে আকৰ্ষিত কৰি তুলিছে। তাতে চাইড পাৰ্টেড হেয়াৰষ্টাইলে অধিক সুন্দৰ দেখাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...