বজাৰ ভৰি পৰিছে নতুন আলুৱে, ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি জানেনে ?

এতিয়া বজাৰ ভৰি পৰিছে নতুন আলুৱে । বৰ্তমান আলু অসমীয়া পাকঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী দৰে হৈ পৰিছে । বিশেষজ্ঞসকলৰ মতে, আলুত বহুতো পুষ্টিকৰ উপাদান থাকে। পিছে নতুন আলুৰ স্বাস্থ্যকৰ উপাদানৰ বিষয়ে জানেনে ?

বজাৰ ভৰি পৰিছে নতুন আলুৱে, ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি জানেনে ?

নতুন আলুৰ স্বাস্থ্যৰ উপকাৰিতা

Updated On: 

04 Jan 2025 | 07:28 PM

এতিয়া বজাৰ ভৰি পৰিছে নতুন আলুৱে । বৰ্তমান আলু অসমীয়া পাকঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী দৰে হৈ পৰিছে । প্ৰতিখন আঞ্জাই আলু অবিহনে সম্পূৰ্ণ নহয় । বিভিন্ন ৰোগৰ বাবে আলু ক্ষতিকাৰক যদিও আলু প্ৰায় সংখ্যক লোকৰে প্ৰিয় । শীতকাল অহাৰ লগে লগে আলুৰ নতুন উৎপাদন বৃদ্ধি পাইছে ।

প্ৰকৃততে এই সময়ত খেতিয়ক সকলে আলু খেতি কৰে আৰু এই সময়ছোৱা আলু খেতিৰ বাবে উপযোগী বুলি গণ্য কৰা হয় । ফলত আলু উৎপাদনো বৃদ্ধি পায় । বিশেষজ্ঞসকলৰ মতে, আলুত বহুতো পুষ্টিকৰ উপাদান থাকে। পিছে নতুন আলুৰ স্বাস্থ্যকৰ উপাদানৰ বিষয়ে জানেনে ?

নতুন আলুৰ উপকাৰিতা

  • নতুন আলুত পটাছিয়াম, ভিটামিন চি আৰু খাদ্য আঁহৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও ইয়াত কেলৰি আৰু কাৰ্বহাইড্ৰেট কম থাকে। নতুন আলু ডায়েবেটিছ ৰোগীয়েও ইয়াক খাব পাৰে। কিন্তু ডায়েবেটিছ ৰোগীয়ে বেছিকৈ নতুন আলু খোৱাটো ভাল নহয়। নতুন আলু কোমল হয়।
  • ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। বিশেষজ্ঞসকলৰ মতে, পুৰণি আলুতকৈ নতুন আলু খোৱাটো অলপ ভাল। বিশেষজ্ঞসকলৰ মতে নতুন আলুত ট্ৰেচ কম থাকে। কিন্তু আৰ্দ্ৰতা বেছি। আৰু পুৰণি আলুত কেলৰি বেছি থাকে। ট্ৰেচ বেছি।
  • আলুত ভিটামিন এ, পটাছিয়াম, মেগনেছিয়াম, জিংক আদি পুষ্টিকৰ উপাদান থাকে। শক্তিৰ প্ৰয়োজন হ’লে পুৰণি আলু খালে ভাল। ডায়েবেটিছ ৰোগী আৰু বৃক্কৰ সমস্যা থকাসকলে হিচাপত আলু খাব লাগে ।
  • ইফালে পাচনতন্ত্ৰৰ স্বাস্থ্যৰ উন্নত কৰিবৰ বাবেও আপুনি আলু খাব পাৰে । একে সময়তে আলুৱে পেট ভৰাই ৰাখে । ইয়াৰ লগতে আলুত প্ৰ’টিন, বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ থাকে ।
শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে