আপুনি তিয়ঁহ খাইনে ? তিয়ঁহৰ গুটিত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ ! | Cucumber Seeds Health Benefits in Assamese Assam news - Assam Tv9

আপুনি তিয়ঁহ খাই নে ? তিয়ঁহৰ গুটিত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ ! জানক…

Updated On: 

11 Aug 2024 16:03 PM

Cucumber Seeds Health Benefits : প্ৰতিদিনে এটা তিয়ঁহ খালে ৰোগৰ সম্ভাৱনা হ্ৰাস পায় । তিয়ঁহে শৰীৰত অত্যাধিক পানী যোগান ধৰে । কিন্তু তিয়ঁহৰ গুটিৰ উপকাৰিতা কি জানেনে ? তিয়ঁহৰ গুটিয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত যথেষ্ট কাম কৰে। তিয়ঁহৰ গুটিত আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় আৰু পেট পৰিষ্কাৰ হৈ থাকে। ইয়াৰ উপৰিও তিয়ঁহৰ গুটিত আৰু কি কি গুণ আছে ? জানক...

1 / 8প্ৰতিদিনে এটা তিয়ঁহ খালে ৰোগৰ সম্ভাৱনা হ্ৰাস পায় । তিয়ঁহে শৰীৰত অত্যাধিক পানী যোগান ধৰে । কিন্তু তিয়ঁহৰ গুটিৰ উপকাৰিতা কি জানেনে ?

প্ৰতিদিনে এটা তিয়ঁহ খালে ৰোগৰ সম্ভাৱনা হ্ৰাস পায় । তিয়ঁহে শৰীৰত অত্যাধিক পানী যোগান ধৰে । কিন্তু তিয়ঁহৰ গুটিৰ উপকাৰিতা কি জানেনে ?

2 / 8

তিয়ঁহৰ গুটিয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত যথেষ্ট কাম কৰে। তিয়ঁহৰ গুটিত আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় আৰু পেট পৰিষ্কাৰ হৈ থাকে।

3 / 8

তিয়ঁহৰ গুটিয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত যথেষ্ট কাম কৰে। তিয়ঁহৰ গুটিত আঁহ থাকে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় আৰু পেট পৰিষ্কাৰ হৈ থাকে।

4 / 8

তিয়ঁহৰ গুটিত কেলৰি নাথাকে, কিন্তু আঁহ থাকে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে।

5 / 8

তিয়ঁহৰ গুটিত এন্টিঅক্সিডেন্ট ভৰ্তি হৈ থাকে। ই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। তিয়ঁহৰ গুটিয়ে হৃদৰোগৰ আশংকা ৰোধ কৰাত যথেষ্ট কাম কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও মেগনেছিয়াম আৰু পটাছিয়াম উপকাৰী।

6 / 8

ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও তিয়ঁহৰ গুটি উপকাৰী। তিয়ঁহৰ গুটিত ভিটামিন ই, ফেটি এচিড থাকে। এই উপাদানসমূহে ছাল আৰু চুলিৰ সমস্যা হ্ৰাস কৰে।

7 / 8

হাড়ৰ স্বাস্থ্য উন্নত কৰাত তিয়ঁহৰ গুটি উপযোগী। তিয়ঁহৰ গুটিত কেলচিয়াম আৰু ফছফৰাছ থাকে, যিয়ে হাড় মজবুত কৰে।

8 / 8

সতেজ তিয়ঁহ খোৱাটোৱেই উত্তম। অৱশ্যে বজাৰত তিয়ঁহৰ গুটি ক্ৰয় কৰিবলৈ পায়। এতিয়াৰ পৰা খাদ্যৰ তালিকাত ৰাখক তিয়ঁহ আৰু তিয়ঁহৰ গুটি ।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...