বাৰিষাৰ কালত কিছুমান শাক-পাচলি খাব নালাগে, কিয় জানেনে? | Common Vegetables You Must Avoid Eating In Monsoons in Assamese Assam news - Assam Tv9

Vegetables: বাৰিষাৰ সময়ত কিছুমান শাক-পাচলি খাব নালাগে, কোনবোৰ শাক আৰু কিয় খাব নালাগে জানেনে ?

Published: 

14 Jul 2024 | 03:12 PM

বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়। শাক-পাচলি ধুই ভালদৰে ৰান্ধিব লাগে। কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ এই বতৰত একেবাৰে খাব নালাগে।

1 / 8 বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়।

বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়।

2 / 8

শাক-পাচলি ধুই ভালদৰে ৰান্ধিব লাগে। কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ এই বতৰত একেবাৰে খাব নালাগে।

3 / 8

শাক-পাচলিত যথেষ্ট আঁহ ভিটামিন থাকে। কিন্তু বাৰিষাৰ সময়ত পাতৰ ভিতৰত বেক্টেৰিয়া বাঢ়িব পাৰে। ভালদৰে চাফ-চিকুণ কৰি ৰন্ধা-বঢ়া নকৰিলে আপোনাৰ বাবে ক্ষতি হ’ব।

4 / 8

ফুলকবি, কবি, মৰিচা আদি শাক-পাচলি শীতকালীন শস্য যদিও বৰ্তমান বছৰজুৰি বজাৰত পোৱা যায়। তথাপিও বাৰিষাৰ সময়ত সেইবোৰ নোখোৱাই ভাল। আৰ্দ্ৰতা বৃদ্ধিৰ ফলত এই শাকত বেক্টেৰিয়া বাঢ়ি যায়।

5 / 8

আলু, পিয়াঁজ, আদা, নহৰু আদি খাদ্য বছৰটোৰ ভিতৰত খাব লাগে। কিন্তু মাটিৰ তলৰ শাক-পাচলি যেনে গাজৰ, মূলা, বুটমাহ বাৰিষা নাখাব। এই শাক কেইবিধ বৰষুণত সোনকালে পচি যায়।

6 / 8

গজালি ওলোৱা বুট-মগু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু বাৰিষাৰ সময়ত সেইবোৰ প্ৰায় নাখাব। অধিক আৰ্দ্ৰতাৰ বাবে এই খাদ্যসমূহত বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ ফলত পেটৰ সমস্যা হয়।

7 / 8

বাৰিষাৰ সময়ত কাঠ ফুলা খাব নালাগে। এই বাৰিষাত আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ কাৰণে কাঠ ফুলাত বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায়। এই সময়ত কাঠ ফুলা খালে পেটৰ সমস্যা হ’ব পাৰে।

8 / 8

শাক-পাচলি পৰিহাৰ কৰাৰ উপৰিও বাৰিষা ধনীয়া পাত, পদিনা পাত আদি বনৌষধি উপাদান পৰিহাৰ কৰিব লাগে। এই পাতবোৰত বেক্টেৰিয়া বৃদ্ধি পায় । গতিকে বাৰিষাত এইবোৰ খালে পেটৰ বিষ হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...