চৈত্ৰ নৱৰাত্ৰীত পিঁয়াজ-নহৰু নোহোৱাকৈ বনাওক এই খাদ্য

চৈত্ৰ নৱৰাত্ৰিৰ আৰম্ভণি হৈছে। এই সময়ত মানুহে দেৱীক উপাসনা কৰিবলৈ উপবাসে থাকে। কিন্তু একে সময়তে কিছুমান লোকে উপবাসে থাকিবলৈ অসুবিধা পায়।

চৈত্ৰ নৱৰাত্ৰীত পিঁয়াজ-নহৰু নোহোৱাকৈ বনাওক এই খাদ্য

চৈত্ৰ নৱৰাত্ৰীত বনাওক এই খাদ্য

Updated On: 

12 Apr 2024 | 02:56 PM

চৈত্ৰ নৱৰাত্ৰিৰ সময়ত কিছুমান লোকে ব্ৰত ৰাখকে। এই সময়ছোৱাত খাদ্য প্ৰস্তুত কৰিলে পিঁয়াজ আৰু নহৰুৰ ব্যৱহাৰ কৰা নহয়। গতিকে আজি আমি আপোনাক কিছুমান ব্যঞ্জনৰ বিষয়ে ক’বলৈ ওলাইছোঁ, যি ব্যঞ্জন আপুনি নহৰু-পিঁয়াজ অবিহনে প্ৰস্তুত কৰিব পাৰে।

চৈত্ৰ নৱৰাত্ৰিৰ আৰম্ভণি হৈছে। এই সময়ত মানুহে দেৱীক উপাসনা কৰিবলৈ উপবাসে থাকে। কিন্তু একে সময়তে কিছুমান লোকে উপবাসে থাকিবলৈ অসুবিধা পায়। মান্যতা অনুসৰি নৱৰাত্ৰিৰ এই ৯দিনত পিঁয়াজ আৰু নহৰু অবিহনে খাদ্য খাব লাগে। আজি জানো আহক পিঁয়াজ নহৰু অবিহণে কিদৰে সুস্বাদু খাদ্য প্ৰস্তুত কৰিব পাৰি…

১. আলুৰ তৰকাৰী
বেছিভাগ মানুহে আলুৰ খাই ভাল পায়। ইয়াত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ নকৰিলেও হয়। এই ব্যঞ্জন ঘৰত বনাবলৈ আপুনি আপোনাৰ সোৱাদ অনুসৰি মজলীয়া আকাৰৰ সিজোৱা আলু তেল বা ঘিউত, বিলাহী, সেউজীয়া জলকীয়া, আদা, সেউজীয়া ধনিয়া, হালধি গুড়ি, ধনিয়া গুড়ি, আমচৰ পাউদাৰ, গৰম মচলা, হিং,জিৰা আৰু নিমখ যোগ দিব পাৰে।

২.পনীৰ
আপুনি নহৰু পিঁয়াজৰ সলনি বিলাহী আৰু আদা ব্যৱহাৰ কৰি পনীৰৰ আঞ্জা বনাব পাৰে। ইয়াক প্ৰস্তুত কৰিবলৈ, আপুনি বিলাহী, আদা আৰু সেউজীয়া জলকীয়াৰ পেষ্ট, হালধি, ৰঙা জলকীয়া গুড়ি, জিৰা, গৰম মচলা, সৰু ইলাচী, তেজপাত, কচুৰি মেথি, হিং, কাজু বাদাম, তেল আৰু নিমখ ব্যৱহাৰ কৰি সুস্বাদু শ্বাহী পনীৰ বনাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...