কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব ? চাওক | Cancer Prevention Tips: Foods to Lower Your Cancer Risk; Read More in Assamese Assam news - Assam Tv9

Cancer Prevention Tips: কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব ? চাওক

Published: 

06 Aug 2024 | 08:24 PM

বহু সময়ত কেন্সাৰ বীজাণুৱে শৰীৰত ঠাই লয় । কিন্তু উপযুক্ত সময়ত ইয়াক চিনাক্ত কৰিব নোৱাৰে । যেতিয়া চিনাক্ত হয়, তেতিয়ালৈ বহু দেৰি হয়। কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এই কেইবিধ খাদ্য তালিকাত ৰাখক । বিশেষজ্ঞসকলৰ মতে, খাদ্য-পানীয় আৰু জীৱনশৈলী নিয়ন্ত্ৰণ কৰিলে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিছুমান বিশেষ খাদ্য আৰু মছলাও আছে, যিবোৰে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে ।

1 / 7বহু সময়ত কেন্সাৰ বীজাণুৱে শৰীৰত ঠাই লয় । কিন্তু উপযুক্ত সময়ত ইয়াক চিনাক্ত কৰিব নোৱাৰে । যেতিয়া চিনাক্ত হয়, তেতিয়ালৈ বহু দেৰি হয়। কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এই কেইবিধ খাদ্য তালিকাত ৰাখক ।

বহু সময়ত কেন্সাৰ বীজাণুৱে শৰীৰত ঠাই লয় । কিন্তু উপযুক্ত সময়ত ইয়াক চিনাক্ত কৰিব নোৱাৰে । যেতিয়া চিনাক্ত হয়, তেতিয়ালৈ বহু দেৰি হয়। কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এই কেইবিধ খাদ্য তালিকাত ৰাখক ।

2 / 7

বিশেষজ্ঞসকলৰ মতে, খাদ্য-পানীয় আৰু জীৱনশৈলী নিয়ন্ত্ৰণ কৰিলে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিছুমান বিশেষ খাদ্য আৰু মছলাও আছে, যিবোৰে কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে ।

3 / 7

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত ৰচুন অতি ফলপ্ৰসূ। ইয়াৰ বেক্টেৰিয়া প্ৰতিৰোধী পদাৰ্থই কেন্সাৰ প্ৰতিৰোধী হিচাপে কাম কৰে। গতিকে দৈনিক খাদ্যত ৰচুন ৰাখিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় বুলি বিশেষজ্ঞসকলে কয় ।

4 / 7

আদাক ছুপাৰফুড বুলি গণ্য কৰা হয়। ইয়াত এন্টিঅক্সিডেন্ট থাকে, যিয়ে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত বহুখিনি সহায় কৰে। গতিকে দৈনিক চাহ বা ৰন্ধা-বঢ়াত আদা ব্যৱহাৰ কৰক ।

5 / 7

পাকঘৰত থকা মছলাবোৰৰ মাজত হালধি মানদণ্ডৰ কোনো মিল নাই। যকৃত সুস্থ কৰি ৰাখি ছালৰ বাবেও হালধি অতি উপকাৰী। বিশেষজ্ঞ সকলৰ মতে হালধি পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে ।

6 / 7

কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰিবলৈ মদ, ধূমপান আৰু ধঁপাতজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থকাটোও গুৰুত্বপূৰ্ণ। ই হাওঁফাওঁ, মুখ, ডিঙি আৰু যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

7 / 7

খাদ্যৰ জৰিয়তে কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। লগতে পৰিয়ালৰ কোনোবা যদি কেন্সাৰ ৰোগত আক্ৰান্ত হয়, তেন্তে অধিক সাৱধান হওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...