ডায়েবেটিছ ৰোগীয়ে আলু খোৱাৰ আগত মানি চলক এই নিয়ম... | Can people with diabetes eat potatoes? Read More in Assamese Assam news - Assam Tv9

ডায়েবেটিছ ৰোগীয়েও খাব পাৰে আলু ! কিন্তু খোৱাৰ আগতে মানি চলক এই নিয়ম…

Published: 

11 Aug 2024 | 03:19 PM

আলু স্বাস্থ্যৰ বাবে অতি উপযোগী নহয় । আপোনাৰ যদি চুগাৰ থাকে তেন্তে আলু আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ।আমি আমাৰ আঞ্জাত প্ৰায়ে আলু ব্যৱহাৰ কৰোঁ । পিছে ডায়েবেটিছ ৰোগীসকলে আলু খাব পাৰে নে ? কিন্তু ডায়েবেটিছ ৰোগীসকলক ডাক্তৰে প্ৰায়ে আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে । আলুত কাৰ্বহাইড্ৰেট থাকে। আৰু এই খাদ্যত গ্লাইচেমিক ইনডেক্স বেছি। গতিকে ডায়েবেটিছ ৰোগীক আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

1 / 8আলু স্বাস্থ্যৰ বাবে অতি উপযোগী নহয় । আপোনাৰ যদি চুগাৰ থাকে তেন্তে আলু আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ।

আলু স্বাস্থ্যৰ বাবে অতি উপযোগী নহয় । আপোনাৰ যদি চুগাৰ থাকে তেন্তে আলু আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ।

2 / 8

আমি আমাৰ আঞ্জাত প্ৰায়ে আলু ব্যৱহাৰ কৰোঁ । পিছে ডায়েবেটিছ ৰোগীসকলে আলু খাব পাৰে নে ? কিন্তু ডায়েবেটিছ ৰোগীসকলক ডাক্তৰে প্ৰায়ে আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে ।

3 / 8

আলুত কাৰ্বহাইড্ৰেট থাকে। আৰু এই খাদ্যত গ্লাইচেমিক ইনডেক্স বেছি। গতিকে ডায়েবেটিছ ৰোগীক আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

4 / 8

ইফালে,পুষ্টিবিদসকলৰ মতে ডায়েবেটিছ ৰোগীয়ে আলু খাব পাৰে। কিন্তু কিছুমান নীতি পালন কৰিব লাগিব । গোটা আলু এটা ৰান্ধিলে এটুকুৰা বা দুটুকুৰা খাব পাৰে। আলু বেছিকৈ খোৱাটো বিপদজনক।

5 / 8

ডায়েবেটিছ ৰোগীয়ে সিজোৱা আলু খাবৰ বাবে ফ্ৰীজত ৰাখে। সিজোৱা আলু ফ্ৰীজত ৰাখিলে গ্লাইচেমিক ইনডেক্স কম হয়। আলুত থকা ষ্টাৰচ প্ৰায়ে আঁহলৈ ৰূপান্তৰিত হয়। তেতিয়া আলু খোৱাৰ কোনো ক্ষতি নহয়।

6 / 8

আলু ভিনেগাৰত তিয়াই গ্লাইচেমিক ইনডেক্স হ্ৰাস কৰিব পাৰে। ভিনেগাৰত থকা এচিটিক এচিডে কাৰ্বহাইড্ৰেট শোষণ ক্ষমতা হ্ৰাস কৰে। ই তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

7 / 8

আলুৰ লগত আঞ্জা ৰান্ধোতে আন শাক-পাচলি দিব। আলু খোৱাৰ আগতে আঁহযুক্ত শাক-পাচলি খাব লাগে।

8 / 8

ডায়েবেটিছ হওক বা নহওক, আলু যিমানেই পৰিহাৰ কৰিব, স্বাস্থ্যৰ বাবে সিমানেই ভাল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...