গাখীৰৰ উপৰি কি কি খাদ্যৰ দ্বাৰা কেলছিয়ামৰ অভাৱ পূৰণ কৰিব পাৰি ? | Calcium Rich Foods in Assamese Assam news - Assam Tv9

Calcium: কেলছিয়ামৰ বাবে গাখীৰ ! গাখীৰৰ উপৰি কি কি খাদ্যৰ দ্বাৰা কেলছিয়ামৰ অভাৱ পূৰণ কৰিব পাৰি ? জানক

Updated On: 

21 Aug 2024 | 04:35 PM

হাজাৰটা গুণ আছে গাখীৰৰ । শিশুৰ শাৰীৰিক বিকাশৰ পৰা মানসিক বিকাশলৈকে গাখীৰৰ অধিক উপকাৰিতা আছে । সেয়েহে শিশু সকলে গাখীৰ খোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ই হাড় মজবুত কৰে। আনকি মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে। গতিকে গাখীৰ খাব নোৱাৰাসকলে কি কৰে? কি খাদ্যই গাখীৰৰ অভাৱ পূৰণ কৰিব? জানক

1 / 8হাজাৰটা গুণ আছে গাখীৰৰ । শিশুৰ শাৰীৰিক বিকাশৰ পৰা মানসিক বিকাশলৈকে গাখীৰৰ অধিক উপকাৰিতা আছে । শৰীৰিত কেলছিয়ামৰ অভাৱও পূৰণ কৰে গাখীৰে ।

হাজাৰটা গুণ আছে গাখীৰৰ । শিশুৰ শাৰীৰিক বিকাশৰ পৰা মানসিক বিকাশলৈকে গাখীৰৰ অধিক উপকাৰিতা আছে । শৰীৰিত কেলছিয়ামৰ অভাৱও পূৰণ কৰে গাখীৰে ।

2 / 8

গাখীৰক কেলছিয়ামৰ ৰজা বুলি কোৱা হয় । সেয়েহে শিশু সকলে গাখীৰ খোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ই হাড় মজবুত কৰে। আনকি মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে ।

3 / 8

ইমান গুণ থকাৰ পাছতো বহুতে গাখীৰ খাই ভাল নাপায় । গতিকে গাখীৰ খাব নোৱাৰাসকলে কি কৰে? কি খাদ্যই গাখীৰৰ অভাৱ পূৰণ কৰিব?

4 / 8

শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ গাখীৰ বিপৰীতে খাব পৰা বিভিন্ন খাদ্য আছে।

5 / 8

গাখীৰৰ বাহিৰেও কমলা কেলচিয়ামৰ এক উত্তম উৎস। গাখীৰ নাখালেও কমলাৰ ৰস খালে শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিব পৰা যায়।

6 / 8

কেলছিয়ামৰ অভাৱ পূৰণ কৰিবলৈ আপুনি ওটচ খাব পাৰে । ওটচত প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে ।

7 / 8

সেউজীয়া শাকত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আদি প্ৰচুৰ পৰিমাণে থাকে। ঠিক তেনেদৰে প্ৰতিদিনে সেউজীয়া শাক-পাচলি খালে কেলচিয়ামৰ অভাৱ পূৰণ হয়।

8 / 8

ভিটামিন ডিৰ অভাৱ পূৰণ কৰিবলৈ চিকিৎসকে সূৰ্যৰ পোহৰ ল'বলৈ পৰামৰ্শ দিয়ে। অৱশ্যে এই সূৰ্যৰ পোহৰৰ পৰা কেলচিয়ামও পাব পাৰি ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...