ব্লেক কফি নে লাল চাহ ! স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী ? | Black tea vs. black coffee: Which is healthier? Details in Assamese Assam news - Assam Tv9

Black Tea vs Coffee: ব্লেক কফি নে লাল চাহ ! স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী ?

Published: 

29 Jul 2024 | 07:46 PM

Black Tea vs Coffee: কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ? আমি সকলোৱে অৱগত যে, চাহ বা কফিয়ে আমাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে । চাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰে।

1 / 8কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ?

কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ?

2 / 8

আমি সকলোৱে অৱগত যে, চাহ বা কফিয়ে আমাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে ।

3 / 8

ব্লেক কফিত কেফেইনৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট, মেগনেছিয়াম আৰু পটাছিয়াম থাকে। ই শৰীৰৰ বহু ৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

4 / 8

ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এপিডেমিঅ’লজিত প্ৰকাশিত গৱেষণাৰ মতে, নিয়মীয়াকৈ ব্লেক কফি খালে মেদবহুলতা আৰু টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়।

5 / 8

লাল চাহত ব্লেক কফিতকৈ কম কেফেইন থাকে। লাল চাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

6 / 8

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে লাল চাহ খাব পাৰে। একাপ লাল চাহত মাত্ৰ ২ কেলৰি থাকে। তদুপৰি চৰ্দি আৰু কাহ হ’লে লাল চাহৰ লগত আদা, ইলাচি, ডালচেনি মিহলাই খালে যথেষ্ট উপকাৰ লাভ কৰিব পাৰে।

7 / 8

ব্লেক কফি আৰু লাল চাহ দুয়োটা স্বাস্থ্যকৰ। জ্বৰ হ’লে লাল চাহ খাব পাৰে আৰু ৱৰ্কআউটৰ আগতে ব্লেক কফি খাব পাৰে ।

8 / 8

দিনটোত ৩-৪ কাপতকৈ বেছি চাহ-কফি খাব নালাগে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...