মগজুৰ শক্তি অতুত ৰাখিবলৈ এই কেইটা ফলৰ ৰস খোৱাৰ অভ্যাস গঢ়ক... | Best fruit juices to enhance intelligence and brain health, details in Assamese Assam news - Assam Tv9

Brain Health: বয়সৰ লগে লগে স্মৃতিশক্তিও দুৰ্বল হৈ আহে ! মগজুৰ শক্তি অতুত ৰাখিবলৈ এই কেইটা ফলৰ ৰস খোৱাৰ অভ্যাস গঢ়ক…

Published: 

28 Jul 2024 | 02:39 PM

Brain Health: বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ স্মৃতিশক্তিও দুৰ্বল হৈ আহে । কিন্তু আমি যদি মগজুৰ যত্ন লওঁ, তেন্তে আমাৰ মগজুৰ চিন্তাশক্তি অতুত ৰাখিব পাৰিম । এই কেইটা ফলৰ ৰস খোৱাৰ বাবে বাছি লওক । যিয়ে, আপোনাৰ মগজু স্বাস্থ্যৰ শক্তি বৃদ্ধিত সহায় কৰিব ।

1 / 7মগজুৰ চিন্তা শক্তি অতুত ৰাখিবলৈ হ'লে আমি কিছুমান প্ৰয়োজনী যত্ন ল'ব লাগিব । খাদ্যভাসেও আমাৰ শৰীৰ, মগজু সুস্থ কৰি ৰাখে ।

মগজুৰ চিন্তা শক্তি অতুত ৰাখিবলৈ হ'লে আমি কিছুমান প্ৰয়োজনী যত্ন ল'ব লাগিব । খাদ্যভাসেও আমাৰ শৰীৰ, মগজু সুস্থ কৰি ৰাখে ।

2 / 7

মগজুৰ স্বাস্থ্য বজাই ৰাখিবলৈ আৰু জ্ঞানশক্তি উন্নত কৰিবলৈ ফলৰ ৰস খোৱাৰ অভ্যাস কৰিব লাগে।

3 / 7

ব্লুবেৰীৰ ৰস এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। ব্লুবেৰীৰ ৰস খালে বয়সৰ লগে লগে স্মৃতিশক্তি কমি নাযায়।

4 / 7

কমলাৰ ৰসত ভিটামিন চি থাকে, যিয়ে মগজুৰ স্বাস্থ্য উন্নত কৰে।

5 / 7

বিটৰ ৰসে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ৰসে মগজুৰ কোষক পুষ্টি আৰু অক্সিজেন যোগান ধৰে আৰু মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।

6 / 7

ক’লা আঙুৰৰ ৰসত শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিয়ে মগজুৰ কাৰ্য্যক্ষমতা আৰু স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে।

7 / 7

চেৰীৰ ৰসত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যিয়ে জ্ঞানশক্তি উন্নত কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...