আইৰণৰ অভাৱ পূৰণ বা ৰক্তহীনতা দূৰ কৰিবলৈ বাছি লওক এই ৪ বিধ খাদ্য | Best Foods for Iron Deficiency in Assamese Assam news - Assam Tv9

আইৰণৰ অভাৱ পূৰণ বা ৰক্তহীনতা দূৰ কৰিবলৈ বাছি লওক এই ৪ বিধ খাদ্য, জানক

Published: 

26 Aug 2024 | 09:59 PM

বৰ্তমান সময়ত মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰক্তহীনতা । বিশেষকৈ এই সমস্যাটো মহিলা সকলৰ মাজত দেখা গৈছে । আইৰণৰ অভাৱত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস পায়। ৰক্তহীনতাত ভুগিলে মানুহৰ মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা,বেছি টোপনি অহা, হাত-ভৰি ঠাণ্ডা হোৱা আদি লক্ষণসমূহে দেখা দিব পাৰে। আইৰণৰ অভাৱ পূৰণ বা ৰক্তহীনতা দূৰ বা হ্ৰাস কৰিবলৈ দৈনিক খাদ্যৰ তালিকাত এই ৪ বিধ খাদ্য অন্তৰ্ভুক্ত কৰক ।

1 / 8বৰ্তমান সময়ত মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰক্তহীনতা । বিশেষকৈ এই সমস্যাটো মহিলা সকলৰ মাজত দেখা গৈছে । আইৰণৰ অভাৱত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস পায়।

বৰ্তমান সময়ত মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰক্তহীনতা । বিশেষকৈ এই সমস্যাটো মহিলা সকলৰ মাজত দেখা গৈছে । আইৰণৰ অভাৱত ৰক্তকণিকাৰ উৎপাদন হ্ৰাস পায়।

2 / 8

ৰক্তহীনতাত ভুগিলে মানুহৰ মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা,বেছি টোপনি অহা, হাত-ভৰি ঠাণ্ডা হোৱা আদি লক্ষণসমূহে দেখা দিব পাৰে।

3 / 8

গতিকে ৰক্তহীনতাৰ পৰা আঁতৰত থাকিবলৈ আপুনি এটা ভাল জীৱনশৈলী বাছি লওক ।

4 / 8

আইৰণৰ অভাৱ পূৰণ বা ৰক্তহীনতা দূৰ বা হ্ৰাস কৰিবলৈ দৈনিক খাদ্যৰ তালিকাত এই ৪ বিধ খাদ্য অন্তৰ্ভুক্ত কৰক ।

5 / 8

আমাৰ স্বাস্থ্যৰ বাবে বিট আৰু গাজৰ অতি উপকাৰী । বিট আৰু গাজৰ আপুনি বিভিন্ন প্ৰকাৰে খাব পাৰে । আমাৰ সমাজত প্ৰায়ে বিট আৰু গাজৰ চালাদ বনাই খোৱা দেখা যায় । বিট আৰু গাজৰে ৰক্তহীনতা দূৰ বা হ্ৰাস কৰাত সহায় কৰিব ।

6 / 8

শৰীৰত চুগাৰৰ মাত্ৰা স্বাভাৱিক হ'লে প্ৰতিদিনে পুৱা খালী পেটত ১০-১২টা কিচমিচ আৰু কেইটামান খেজুৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে। ভিটামিন এ, চি, মেগনেছিয়াম, তাম, আইৰণ সমৃদ্ধ কিচমিচ আৰু খেজুৰে আইৰণৰ অভাৱ দূৰ কৰিব পাৰে ।

7 / 8

বহুতে ৰন্ধন প্ৰণালীত তিল ব্যৱহাৰ কৰে। আইৰণ, তাম, জিংক, চেলেনিয়াম আৰু ভিটামিন বি ৬, ফ’লেট আৰু ভিটামিন ইৰে সমৃদ্ধ তিলে শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি কৰাত অতি সহায় কৰে ।

8 / 8

ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী। শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰাৰ লগতে ৰক্তহীনতাৰ পৰা আপোনাৰ শৰীৰটোক আঁতৰত ৰখাত সহায় কৰিব ডালিমে । গতিকে ডালিম খোৱাৰ অভ্যাস কৰক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...