তুলসীৰ পাত খাই কিয় দিনটো আৰম্ভ কৰিব লাগে? | Benefits of Tulsi Leaves in Assamese Assam news - Assam Tv9

Tulsi Leaves Benefits : তুলসীৰ পাত খাই কিয় দিনটো আৰম্ভ কৰিব লাগে?

Published: 

14 Jul 2024 | 02:37 PM

তুলসী পাতৰ গুণ বহুত । আয়ুৰ্বেদতো বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তুলসী ব্যৱহাৰ কৰা হৈছিল। বহুতে তুলসী পাত খাই দিনটো আৰম্ভ কৰে । ই শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে । শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰটো সহায় কৰে ।

1 / 8তুলসী পাতৰ গুণ বহুত । আয়ুৰ্বেদতো বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তুলসী ব্যৱহাৰ কৰা হৈছিল।

তুলসী পাতৰ গুণ বহুত । আয়ুৰ্বেদতো বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তুলসী ব্যৱহাৰ কৰা হৈছিল।

2 / 8

বহুতে তুলসী পাত খাই দিনটো আৰম্ভ কৰে । ই শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে । শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰটো সহায় কৰে ।

3 / 8

বাৰিষাৰ সময়ত তুলসী পাত বহু উপকাৰী । কিয়নো ইয়াৰ পাতে চৰ্দি-কাহ আদিৰ ৰোগ নিৰাময় কৰাত সহায় কৰে । বাৰিষাৰ সময়ত হোৱা ৰোগৰ পৰা হাত সাৰিবলৈ তুলসী পাতৰ ৰস খাব লাগে ।

4 / 8

তুলসী পাতে খালে ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পাই বুলি কোৱা হয় । ছালৰ বাবে তুলসী অতি উপকাৰী ।

5 / 8

গৱেষকসকলৰ মতে প্ৰতিদিনে খালী পেটত তুলসী পাতৰ ৰস খালে মানসিক চাপৰ পৰা উপশম পোৱা যায়।

6 / 8

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে তুলসীৰ পাত অতি উত্তম। এই পাতত থকা ভিটামিন চি, জিংকে এই কামত সহায় কৰে।

7 / 8

হৃদযন্ত্ৰৰ বাবেও তুলসীৰ পাত অতি উপকাৰী। ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ যত্ন লয়।

8 / 8

যিকোনো প্ৰকাৰে তুলসীৰ পাত খাব পাৰি । ই শৰীৰৰ বাবে অতি উপকাৰী

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...