পেলাই নিদিব পুৰণি শাড়ী! মাৰ পুৰণি শাড়ীৰে চিলাওক নতুন ডিজাইনৰ পোছাক | banarasi saree reuse ideas tips to make stylish suit know more Assam news - Assam Tv9

পেলাই নিদিব পুৰণি শাড়ী! মাৰ পুৰণি শাড়ীৰে চিলাওক নতুন ডিজাইনৰ পোছাক

Updated On: 

02 Sep 2024 21:57 PM

আজিকালি বানাৰসী শাৰী বহুত ট্ৰেণ্ডত আছে আৰু ই অলপ দামীও। কিন্তু এটা অনুষ্ঠানত এবাৰ পিন্ধাৰ পিছত দ্বিতীয় বা তৃতীয়বাৰৰ বাবে পিন্ধিবলৈ মন নাযায়। কিন্তু এনে পৰিস্থিতিত পুৰণি শাৰীৰ পৰা ছুট চিলাব পাৰে।

1 / 5অদিতি ৰাও হাইদাৰীৰ এই লুকটো অতি ষ্টাইলিছ দেখা গৈছে। গোলাপী ৰঙৰ বাণাৰসী চুট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। যিটো দেখাত বৰ ধুনীয়া।

অদিতি ৰাও হাইদাৰীৰ এই লুকটো অতি ষ্টাইলিছ দেখা গৈছে। গোলাপী ৰঙৰ বাণাৰসী চুট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। যিটো দেখাত বৰ ধুনীয়া।

2 / 5

কৰিশ্মা কাপুৰে পিন্ধিছে বাদামী ৰঙৰ বাণাৰসী চুট। এই লুকটো বৰ ষ্টাইলিছ, ইয়াক ঘৰতে পোৱা বাণাৰসী শাড়ীৰ পৰাও বনাব পাৰে।

3 / 5

বগা ৰঙৰ বাণাৰসী শাৰাৰা চুট পিন্ধিছে মৃণাল ঠাকুৰে, য’ত অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা গৈছে।

4 / 5

ফাতিমা চানা শ্বেইখৰ এই ছুট লুকটোত যথেষ্ঠ আকৰ্ষণীয় দেখা গৈছে। এনে গোলাপী ৰঙৰ বাণাৰসী শৰাৰা ষ্টাইলৰ চুট আপুনিও পুৰণি শাড়ীৰ পৰা চিলাব পাৰে।

5 / 5

আন এটা কৰিশ্মা কাপুৰৰ লুকত অতি আকৰ্ষিত লাগিছে। বাণাৰসী শাড়ীৰে চিলোৱা এই পোছাক আপুনি দৈনন্দিন কাম-কাজত-ব্যৱহাৰ কৰিব পাৰিব।

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...