Mehndi Designs: মহিলাসকলে উৎসৱত হাতত আঁকিব পৰা ৫টা সহজ মেহেন্দী ডিজাইন | 5 easy mehendi designs that women can draw hand-in-hand at festivals Assam news - Assam Tv9

Mehndi Designs: মহিলাসকলে উৎসৱত হাতত আঁকিব পৰা ৫টা সহজ মেহেন্দী ডিজাইন

Published: 

05 Aug 2024 20:24 PM

প্ৰতিগৰাকী মহিলাই যিকোনো উৎসৱ উপলক্ষে আটাইতকৈ ধুনীয়া দেখাব বিচাৰে । ইয়াৰ বাবে মহিলাসকলে বহু দিন আগতীয়াকৈ প্ৰস্তুতি চলায় । কাপোৰৰ পৰা মেকাপলৈ সকলো নিঁখুত বিচাৰে মহিলাসকলে। ইয়াৰ ভিতৰত মেহেন্দী প্ৰয়োগ কৰাটোও এটা অতি গুৰুত্বপূৰ্ণ অংশ ।

1 / 5এনে মেহেন্দী ডিজাইনে আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ কাম কৰিব পাৰে । যিকোনো অনুষ্ঠানত এনে মেহেন্দী ডিজাইন বাছি ল'ব পাৰে।

এনে মেহেন্দী ডিজাইনে আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ কাম কৰিব পাৰে । যিকোনো অনুষ্ঠানত এনে মেহেন্দী ডিজাইন বাছি ল'ব পাৰে।

2 / 5

মেহেন্দীৰ এই ডিজাইনটো বৰ ধুনীয়া দেখা গৈছে। ইয়াত এহাতেৰে ভগৱান গণেশৰ ছবি আৰু আনহাতে ময়ুৰৰ ছবি অংকণ কৰা হৈছে। এনে ডিজাইনো আপুনি বনাব পাৰে।

3 / 5

আজিকালি গোল বুটা মেহেন্দীৰ ডিজাইনবোৰো বহুত ট্ৰেণ্ডত আছে। ঘৰতে নিজেও বনাব পাৰে। এই ডিজাইনটো হাতত খুব ধুনীয়া দেখা যায়।

4 / 5

সাধাৰণ মেহেন্দী ডিজাইনৰ কথা আহিলে এই ডিজাইনটো সদায় মনলৈ আহে। ঘৰতে প্ৰয়োগ কৰাটোও অতি সহজ।

5 / 5

যদি আপুনি মেহেন্দীৰে ভৰা হাত ভাল পায় তেন্তে এই ধৰণৰ ডিজাইন বনাই পাব পাৰে। এই ডিজাইনটো অতি সহজ।

মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱ সংক্ৰমণৰ আশংকা কিয় বেছি ? এই সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে?
ছাল, চুলিৰ লগতে এইসমূহ সমস্যা দূৰ কৰাত নিম পাত অতি উপকাৰী, জানক কেনেকৈ ব্যৱহাৰ কৰিব?
শুভ সংযোগ, আজিৰে পৰা এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ